ETV Bharat / sitara

টৰন্ট' ফিল্ম ফেষ্টিভেলৰ এম্বেচেদৰ হ'ল প্ৰিয়ংকা চোপ্ৰা

author img

By

Published : Jul 8, 2020, 10:11 PM IST

কেৱল বলীউডতে নহয় , সমগ্ৰ বিশ্বতে এটাৰ পিছত এটা খ্যাতি লাভ কৰিছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ৷ সম্প্ৰতি অভিনেত্ৰীগৰাকী টৰন্ট' ফিল্ম ফেষ্টিভেলৰ এম্বেচেদৰ হিচাপে নিৰ্বাচিত হৈছে ৷ এই সুখবৰটো ছ'চিয়েল মিডিয়া যোগে অনুৰাগীক জনালে অভিনেত্ৰীগৰাকীয়ে ৷

priyanka chopra proud to serve as ambassador of TIFF 2020
টৰন্ট' ফিল্ম ফেষ্টিভেলৰ এম্বেচেদৰ হ'ল প্ৰিয়ংকা চোপ্ৰা

চিটাৰা ডেস্ক,8 জুলাইঃ দেশৰ লগতে বিদেশতো যথেষ্ট জনপ্ৰিয় দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে 2020 বৰ্ষৰ বাবে টৰন্ট' ফিল্ম ফেষ্টিভেলৰ এম্বেচেদৰ হিচাপে নিৰ্বাচিত হৈছে ৷

priyanka chopra proud to serve as ambassador of TIFF 2020
দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা

অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে এই খবৰটো জনালে অনুৰাগীক ৷ লগতে ইনষ্টাগ্ৰাম যোগে এটা ভিডিঅ' শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে ৷

প্ৰিয়ংকা চোপ্ৰাই লগতে জনাই যে, তেওঁ এই সন্মান লাভ কৰি যথেষ্ট গৌৰৱ অনুভৱ কৰিছে ৷ ইয়াৰোপৰি এই অনুষ্ঠানৰ লগত সংযুক্ত হ'বলৈ তেওঁ যথেষ্ট উৎসাহী হৈ পৰিছে ৷

জনাই থওঁ যে, এই টৰন্ট' ফিল্ম ফেষ্টিভেল আয়োজিত হ'ব 2020 চনৰ 10ৰ পৰা 19 ছেপ্তেম্বৰৰ ভিতৰত ৷

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ লগতে পৰিচালক অনুৰাগ কাশ্যপকো এই ফেষ্টিভেলৰ এগৰাকী এম্বেচেদৰ হিচাপে নিমন্ত্ৰণ কৰা হৈছে ৷

লগতে পঢ়কঃপুনৰ কামলৈ উলটিল বিদ্যা বালন; শ্বেয়াৰ কৰিলে ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.