ETV Bharat / sitara

মুক্তিৰ পথ প্ৰশস্ত হ'ল নৰেন্দ্ৰ মোডীৰ - release

সোমবাৰে দিল্লীয়ে উচ্চ ন্যায়ালয়ে পি এম নৰেন্দ্ৰ মোডী ছবি খন মুক্তিৰ দিন পিছুৱাবলৈ কৰা এখন আৱেদন খাৰিজ কৰিছে। ইয়াৰ লগেই লগেই ছবিখনৰ মুক্তিৰ পথ প্ৰশস্ত হ'ল।

narendra modi
author img

By

Published : Apr 2, 2019, 1:33 AM IST

নিউজ ডেস্ক 1 এপ্ৰিলঃ- অতি শীঘ্ৰেই ছবি ঘৰত মুক্তি লাভ কৰিব পি এম মোডীয়ে। সোমবাৰে দিল্লীয়ে উচ্চ ন্যায়ালয়ে পি এম নৰেন্দ্ৰ মোডী ছবি খন মুক্তিৰ দিন পিছুৱাবলৈ কৰা এখন আৱেদন খাৰিজ কৰিছে। ইয়াৰ লগেই লগেই ছবিখনৰ মুক্তিৰ পথ প্ৰশস্ত হ’ল ।

দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাজেন্দ্ৰ মেনন আৰু ন্যায়াধীশ অনুপম জয়ৰাম ভামভানীৰ ন্যায় পীঠে অধিবক্তা সুজিত কুমাৰ সিঙে দাখিল কৰা আৱেদন খন খাৰিজ কৰি দিয়ে। আৱেদনকৰ্তাই ছবিখনত নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ তুলি ছবি খন মুক্তিৰদিন পিছুৱাবলৈ আৱেদন কৰিছিল । ছবি খনৰ মুক্তিক লৈ বিবাদ চলি থকাৰ মাজতেই ছবিখনৰ নায়ক বিবেক অৱৰয়ে মন্তব্য প্ৰকাশ কৰিছে যে ছবি খনত কোনো ধৰণৰনিৰ্বাচনী বিধি উলংঘন হোৱা নাই ৷ উল্লেখ্য যে, যোৱা কেইবাদিনো ধৰি ছবি খনৰ মুক্তিক লৈ বিতৰ্ক অব্যাহত আছে ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো বিৰোধী দলে ছবি খনৰ মুক্তি স্থগিত ৰাখিবলৈদাবী জনাইছে ৷

মন কৰিব লগীয়া যে অভিনেতা বিবেক অৱৰয়ে ছবি খনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকাত অভিনয় কৰিছে ৷ ইয়াৰ উপৰিও অভিনেতা বুমন ইৰাণী, দৰ্শন কুমাৰ, ৱাহিদা ৰহমানকে ধৰি বহু নবীন প্ৰবীণ শিল্পীয়ে অভিনয় কৰিছে ৷ ছবি খন অহা 5 এপ্ৰিলত মুক্তি দিয়া হ'ব ৷

অতি শীঘ্ৰেই ছবি ঘৰত মুক্তি লাভ কৰিব পি এম মোডীয়ে। সোমবাৰে দিল্লীয়ে উচ্চ ন্যায়ালয়ে পি এম নৰেন্দ্ৰ মোডী ছবি খন মুক্তিৰ দিন পিছুৱাবলৈ কৰা এখন আৱেদন খাৰিজ কৰিছে। ইয়াৰ লগেই লগেই ছবিখনৰ মুক্তিৰ পথ প্ৰশস্ত হল।

দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ  ৰাজেন্দ্ৰ মেনন আৰু ন্যায়াধীশ অনুপম জয়ৰাম ভামভানী ৰ ন্যায় পীঠে অধিৱক্তা সুজীত কুমাৰ সিঙে দাখিল কৰা আৱেদন খন খাৰিজ কৰি দিয়ে। আৱেদনকৰ্তাই ছবিখনত নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ তুলি ছবি খন মুক্তিত দিন পিছুৱাবলৈ আৱেদন কৰিছিল। ছবি খনৰ মুক্তিক লৈ বিবাদৰ সময়তেই ছবিখনৰ নায়ক বিবেক অৱৰয়ে মন্তব্য প্ৰকাশ কৰিছে যে ছবি খনত নিৰ্বাচনী বিধি উলংঘাৰ কোনো ধৰণৰ উলংঘন হোৱা নাই৷ উল্লেখ্য যে যোৱা কেইবাদিনো ধৰি ছবি খনৰ মুক্তিক লৈ বিতৰ্ক অব্যাহত আছে৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো বিৰোধী দলে ছবি খনৰ মুক্তি স্থগিত ৰখাটো বিচাৰিছে৷

মন কৰিব লগীয়া যে অভিনেতা বিবেয়ক অৱৰয়ে ছবি খনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকাত অভিনয় কৰিছে৷ ইয়াৰ উপৰিও অভিনেতা বুমন ইৰাণী, দৰ্শন কুমাৰ, ৱাহিদা ৰহমানকে ধৰি বহু নবীন প্ৰবীণ শিল্পীয়ে অভিনয় কৰিছে৷ ছবি খন অহা 5 এপ্ৰিলত মুক্তি দিয়া হব৷ 

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.