ETV Bharat / sitara

"পিৰিয়ডঃ এণ্ড অব্ ছেণ্টেন্স"ৰে উত্তৰ প্ৰদেশৰ কাটিখেৰা গাঁৱৰ জীয়ৰীয়ে আঁজুৰি আনিলে অস্কাৰ

author img

By

Published : Feb 26, 2019, 11:57 AM IST

অস্কাৰত জিলিকিল ভাৰতৰ এখন অখ্যাত গাঁও

উত্তৰ প্ৰদেশৰ কাটিখেৰা গাঁৱৰ জীয়ৰীয়ে আঁজুৰি আনিছে অস্কাৰ বঁটা

নিউজ ডেক্স,২৬ ফেব্ৰুৱাৰীঃ ২০১৯ বৰ্ষৰ ৯১ সংখ্য়ক একাডেমী এৱাৰ্ড ঘোষণা হোৱাৰ পাছৰে পৰা উত্তৰ প্ৰদেশৰ কাটিখেৰা গাঁৱত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ । কাৰণ সদ্য় ঘোষিত একাডেমী এৱাৰ্ডত উত্তৰ প্ৰদেশৰ কাটিখেৰা গাঁৱৰ পটভূমিত নিৰ্মাণ হোৱা গাঁৱৰে জীয়ৰীৰ চুটি ছবি "পিৰিয়ডঃ এণ্ড অব্ ছেণ্টেন্সে"লাভ কৰিবলৈ সক্ষম হৈছেঅস্কাৰ বঁটা ।

ইফালে গাঁওখনৰ দুই জীয়ৰী চুমন আৰু স্নেহাই অস্কাৰ বঁটা গ্ৰহণৰ বাবেগমণকৰিছেআমেৰিকালৈ। উল্লেখ্য় যে,চুটি ছবিখন মহিলাৰ ঋতুস্ৰাব আৰু লজ্জাৰ ওপৰত নিৰ্মিত। কেনেকৈ গাঁৱৰ মহিলাসকলে নেপকিন তৈয়াৰ আৰু বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ লগতে সপোন দেখিবলৈ শিকিছে সেই বিষয়ে সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে চুটি ছবিখনত। এতিয়া যথেষ্ট গৌৰৱান্বিতহৈ পৰিছে কাটিখেৰা গাঁৱৰ গাঁওবাসী ।সকলোৱেউৎকন্ঠাৰে বাট চাই আছে তেওঁলোকৰ কন্য়াই অস্কাৰ বঁটা গ্ৰহণকৰি স্ব-গৃহলৈ উভতি অহাৰ সুখকৰ মূহুৰ্তটোৰ বাবে ।

"পিৰিয়ডঃ এণ্ড অব্ ছেণ্টেন্স"ৰ জৰিয়তে  উত্তৰ প্ৰদেশৰ কাটিখেৰা গাঁৱৰ জীয়ৰীয়ে আঁজুৰি আনিছে অস্কাৰ বঁটা 

নিউজ ডেক্স,২৬ ফেব্ৰুৱাৰীঃ ২০১৯ বৰ্ষৰ ৯১ সংখ্য়ক একাডেমী এৱাৰ্ড ঘোষণা  হোৱাৰ পাছৰে পৰা উত্তৰ প্ৰদেশৰ কাটিখেৰা গাঁৱত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ । কাৰণ সদ্য় ঘোষিত একাডেমী এৱাৰ্ডত উত্তৰ প্ৰদেশৰ কাটিখেৰা গাঁৱৰ পটভূমিত নিৰ্মাণ হোৱা গাঁৱৰে জীয়ৰীৰ চুটি ছবি পিৰিয়ডঃ এণ্ড অব্ ছেণ্টেন্সে লাভ কৰিবলৈ সক্ষম হৈছে অতিকৈ গুৰুত্ববহনকাৰী অস্কাৰ বঁটা । 

ইফালে গাঁওখনৰ দুই জীয়ৰী চুমন আৰু স্নেহাই অস্কাৰ বঁটা গ্ৰহনৰ বাবে  গমন কৰে আমেৰিকালৈ। উল্লেখ্য় যে , চুটি ছবিখন মহিলাৰ ঋতুস্ৰাব আৰু লজ্জাৰ ওপৰত নিৰ্মিত । কেনেকৈ গাঁৱৰ মহিলাসকলে নেপকিন তৈয়াৰ আৰু বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ লগতে সপোন দেখিবলৈ শিকিছে  সেই বিষয়ে সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে চুটি ছবিখনত ।

এতিয়া যথেষ্ট গৌৰৱাণ্বিত হৈ পৰিছে কাটিখেৰা গাঁৱৰ গাঁওবাসী ।সকলোৱে   উৎকন্ঠাৰে বাট চাই আছে তেঁওলোকৰ কন্য়াই অস্কাৰ বঁটা গ্ৰহন কৰি স্ব-গৃহলৈ উভতি অহাৰ সুখকৰ মূহুৰ্তটোৰ বাবে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.