ETV Bharat / sitara

#MeTooIndia আন্দোলনক ‘ভুৱা’ আখ্যা পায়েল ঘোষৰ

author img

By

Published : Oct 3, 2020, 10:08 PM IST

অভিনেত্ৰী পায়েল ঘোষৰ #MeTooIndia আন্দোলনক ভুৱা আখ্যা ৷ #MeTooIndia আন্দোলনৰ জৰিয়তে সকলো দোষীয়ে ক্লীন শ্বীট লাভ কৰাৰ পাচতো কিয় তেওঁলোকক শাস্তি প্ৰদান কৰা নাই বুলি টুইটাৰযোগে প্ৰশ্ন উত্থাপন কৰে অভিনেত্ৰী গৰাকীয়ে ৷

Payal Ghosh calls #MeTooIndia movement 'fake'
#MeTooIndia আন্দোলনক ‘ভুৱা’ আখ্যা পায়েল ঘোষৰ

চিটাৰা ডেস্ক,3 অক্টোবৰ: #MeTooIndia আন্দোলনক ভুৱা আখ্যা দিয়ে অভিনেত্ৰী পায়েল ঘোষে ৷ ছবি নিৰ্মাতা অনুৰাগ কাশ্য়পৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা পায়েল ঘোষে দুবছৰ পূৰ্বে আৰম্ভ হোৱা এই আন্দোলনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে ৷

‘‘সকলো দোষীয়ে #MeTooIndia আন্দোলনৰ জৰিয়তে ক্লীন শ্বীট লাভ কৰিছে আৰু আন্দোলনটোৱে অভিযুক্তসকলক দোষী প্ৰমাণিত কৰিছে ৷ গতিকে তেওঁলোকক নিৰ্যাতনৰ বিৰুদ্ধে কিয় শাস্তি প্ৰদান কৰা হোৱা নাই?’’ টুইটাৰযোগে অভিনেত্ৰী গৰাকীয়ে এইদৰে প্ৰশ্ন উত্থাপন কৰে ৷

  • All the accused got a clean chit in the #Metooindia movement. So it deems the accuser to be false. Why are they not punished for harassment then ? Where is the truth. Up in the air. why are those women not behind the bars for false accusations as the accuser got a clean sheet?

    — Payal Ghosh (@iampayalghosh) October 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে বলিউডৰ বহু কলা-কুশলীৰ পৰা সমৰ্থন লাভ কৰাৰ সময়তে পায়েলে #MeTooIndia আন্দোলনক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৷

আনহাতে শুকুৰবাৰে সন্ধিয়াৰ ভাগত পায়েলৰ অধিবক্তা নীতিন চতপুতে টুইটযোগে সদৰি কৰে যে,সত্য উদ্ঘাটন কৰিবলৈ তেওঁ পায়েল ঘোষৰ তৰফৰ পৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

লগতে পঢ়ক: ভ্ৰাম্যমাণৰ দুৰ্দান্ত অভিনেতা শংকৰ চক্ৰৱৰ্তীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.