ETV Bharat / sitara

এ.পি.জে আব্দুল কালামৰ বায়পিকত অভিনয় কৰিব পৰেশ ৰাৱলে

author img

By

Published : Jan 6, 2020, 2:46 PM IST

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি স্বৰ্গীয় আব্দুল কালামৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা পৰেশ ৰাৱলে ৷ ছবিখন সংযুক্ত ৰূপত পৰিচালনা কৰিব অভিষেক আগৰৱালা আৰু অনিল সুনকাৰাই ৷

Paresh Rawal to feature APJ Abdul Kalam in biopic
পৰেশ ৰাৱল

চিটাৰা ডেস্ক,6 জানুৱাৰীঃ শীঘ্ৰেই নিৰ্মাণ হ'ব ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি স্বৰ্গীয় আব্দুল কালামৰ বায়পিক ৷ অভিনেতা পৰেশ ৰাৱলে অভিনয় কৰিব ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ ওপৰত নিৰ্মিত বায়পিকখনত ৷ নিজৰ টুইটাৰ একাউন্টযোগে এই কথা প্ৰকাশ কৰে অভিনেতা পৰেশ ৰাৱলে ৷ এ.পি.জে আব্দুল কালাম আছিল এগৰাকী সাধু ব্যক্তি আৰু আব্দুল কালামৰ দৰে ব্যক্তিৰ চৰিত্ৰ ৰূপায়ণ কৰাটো তেওঁৰ বাবে যথেষ্ট সৌভাগ্যৰ কথা বুলি টুইটাৰযোগে প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ৷

  • In my humble opinion he was SAINT KALAM !i am so blessed and fortunate that I will be playing KALAM Saab in his biopic . https://t.co/0e8K3O6fMB

    — Paresh Rawal (@SirPareshRawal) January 4, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আব্দুল কালামৰ ওপৰত নিৰ্মিত বায়পিকখন সংযুক্ত ৰূপত পৰিচালনা কৰিছে অভিষেক আগৰৱালা আৰু অনিল সুনকাৰাই ৷ জানিব পৰা মতে, ছবিখন হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে নিৰ্মাণ কৰা হ'ব ৷ অৱশ্যে ছবিখনৰ নিৰ্মাতাই পৰেশ ৰাৱেলৰ বাদে এই পৰ্যন্ত ছবিখনৰ বাবে বাকী সমূহ চৰিত্ৰ আৰু কলা-কুশলী নিৰ্ণয় কৰা নাই ৷

ইয়াৰ মাজতে , ঘোষণা হয় পৰেশ ৰাৱল , শিল্পা চেট্টী , মিজান জাফৰী আৰু প্ৰণীতা সুভাষ অভিনীত আগন্তুক ছবি হাংগামা-2ৰ মুক্তিৰ তাৰিখ ৷ 2003ৰ কমেডী চিকেৱুলখন মুক্তি পাব 2020ৰ 14 আগষ্টত ৷

লগতে পঢ়কঃইটিভি ভাৰতৰ কাৰ্যালয় পৰিদৰ্শন চুপাৰষ্টাৰ ৰজনীকান্তৰ

Intro:Body:

PARESH RAWEL TO APJ ABDUL KALAM

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.