ETV Bharat / sitara

#MySuperTeacher: মাতৃক ধন্যবাদ অভিনেত্ৰী  কৃতি চেনৰৰ

চতেগ #MySuperTeacher কেপচনৰ সৈতে ককাৰ লগত তোলা ফ'টোখনৰ এই পোষ্টটোৰ আৰম্ভণি কৰিছিল ঋতিক ৰোচনে ।

author img

By

Published : Jul 7, 2019, 10:50 PM IST

#MySuperTeacher: মাতৃক ধন্যবাদ অভিনেত্ৰী  কৃতি চেনৰৰ

নিউজ ডেস্ক, ৭ জুলাইঃ মাতৃক "ছুপাৰ টিচাৰ" বুলি সম্বোধন কৰি মাতৃৰ বাবে টুইটাৰৰ জৰিয়তে এটা পোষ্ট চেয়াৰ কৰে অভিনেত্ৰী কৃতি চেননে । দৰাচলতে শুকুৰবাৰে নিশা অভিনেতা ঋতিক ৰোচনে টুইটাৰত এখন ফটো চেয়াৰ কৰে । হেচতেগ #MySuperTeacher কেপচনৰ সৈতে ককাৰ লগত তোলা ফটোখনৰ এই পোষ্টটোৰ আৰম্ভণি কৰিছিল ঋতিক ৰোচনে। পৰৱৰ্তী সময়ত অভিনেতা টাইগৰ শ্ৰফ আৰু কৃতিয়েও এনেদৰে পোষ্ট চেয়াৰ কৰে। কৃতিয়ে উক্ত পোষ্টটোৰ জৰিয়তে নিজ মাতৃক ছুপাৰ টিচাৰ সম্বোধন কৰি কৃতিৰ জীৱনত মাতৃৰ কৰণীয়সমূহৰ বাবে ধন্যবাদ জনায় ।

  • #MySuperTeacher has been my mom!From helping me with my notes & preparing me for my exams to all the values i stand by today, its all been her!She was the first girl in her family to start working, did her PhD after i was born, is a professor & has written 2 books! @GeetaSanon 🙌🏻 https://t.co/oEiERedPvf

    — Kriti Sanon (@kritisanon) July 7, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

Intro:Body:

#MySuperTeacher: মাতৃক ধন্যবাদ অভিনেত্ৰী  কৃতি চেনৰৰ

নিউড ডেস্ক, ৭ জুলাইঃ মাতৃক "ছুপাৰ টিচাৰ" বুলি সম্বোধন কৰি মাতৃৰ বাবে টুইটাৰ জৰিয়তে এটা পোষ্ট চেয়াৰ কৰে অভিনেত্ৰী কৃতি চেননে। দৰাচলতে শুকুৰবাৰে নিশা অভিনেতা ঋতিক ৰোচনে টুইটাৰত এখন ফ'টো চেয়াৰ কৰে । হেচতেগ #MySuperTeacher কেপচনৰ সৈতে ককাৰ লগত তোলা ফ'টোখনৰ এই পোষ্টটোৰ আৰম্ভনি কৰিছিল ঋতিক ৰোচনে। 

পৰৱৰ্তি সময়ত অভিনেতা টাইগৰ শ্ৰফ আৰু কৃতিয়েও এনেদৰে পোষ্ট চেয়াৰ কৰে।  কৃতিয়ে উক্ত পোষ্টটোৰ জৰিয়তে নিজ মাতৃক ছুপাৰ টিচাৰ সম্বোধন কৰি কৃতিৰ জীৱনত মাতৃৰ কৰণিয়সমূহৰ বাবে ধন্যবাদ জনায়। 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.