ETV Bharat / sitara

ইতিমধ্যে আৰম্ভ হ'ল মলংগ-2 নিৰ্মাণৰ কাম

author img

By

Published : Jun 1, 2020, 1:52 PM IST

মোহিত সুৰীয়ে আৰম্ভ কৰিলে মলংগ-2ৰ স্ক্ৰিপ্টৰ কাম ৷ ছবি নিৰ্মাতাগৰাকীয়ে স্ক্ৰিপ্টৰ কামৰ জৰিয়তে ছবিখনৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে নিজৰ টুইটৰ জৰিয়তে ৷

Mohit suri shares Malang2 script first draft glimpse
ইতিমধ্যে আৰম্ভ হ'ল মলংগ-2 নিৰ্মাণৰ কাম

চিটাৰা ডেস্ক,1 জুনঃ ছবি নিৰ্মাতা মোহিত সুৰীয়ে নিশ্চিত কৰিছে তেঁওৰ ৰোমান্টিক আৰু একচনধৰ্মী ছবি মলংগৰ চিকুৱেল নিৰ্মাণ কৰাৰ কথা ৷ এই কথা স্পষ্ট হৈছে তেঁও শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা প'ষ্টৰ জৰিয়তে ৷

39 বছৰীয়া ছবি নিৰ্মাতাগৰাকীয়ে জনাই যে, তেঁও মলংগ-2 নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷ লগতে তেঁওৰ এই আগন্তুক ছবিখনৰ স্ক্ৰিপ্টিৰ কাম কৰি থকা এখন ফটোও শ্বেয়াৰ কৰে ছ'চিয়েল মিডিয়া যোগে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 7 ফেব্ৰুৱাৰীত মুক্তি পাইছিল অনিল কাপুৰ, দিশা পাটানী, আদিত্য ৰয় কাপুৰ আৰু কুনাল খেমু অভিনীত ৰোমান্টিক তথা একচনধৰ্মী ছবি মলংগ ৷ ছবিখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে বক্স অফিচতো ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়কঃবলিউডৰ জনপ্ৰিয় সংগীত শিল্পী ওৱাজিদ খানৰ দেহাৱসান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.