ETV Bharat / sitara

মনোজ বাজপেয়ীয়ে মুক্তি দিলে সুৰজ পে মংগল ভাৰীৰ প্ৰথমটো লুক

মনোজ বাজপেয়ীয়ে নিজৰ আহিবলগীয়া ছবি সুৰজ পে মংগল ভাৰীৰ পৰা প্ৰথমটো লুক মুকলি কৰে ৷ এই প'ষ্টটোত মনোজ বাজপেয়ীক দিলজিৎ দৌচাঞ্জৰ সৈতে একেলগে ট্ৰেইনৰ প্ৰৱেশ দ্বাৰত ৰৈ থকা পৰিলক্ষিত হৈছে ৷

author img

By

Published : Feb 7, 2020, 7:33 PM IST

Manoj Bajpayee reveals first glimpse of Suraj Pe Mangal Bhari
সুৰজ পে মংগল ভাৰীৰ প্ৰথমটো লুক

চিটাৰা ডেস্ক,7 ফেব্ৰুৱাৰীঃ অভিনেতা মনোজ বাজপেয়ীয়ে শুকুৰবাৰে মুকলি কৰে নিজৰ আহিবলগীয়া হাস্যধৰ্মী ছবি সুৰজ পে মংগল ভাৰীৰ প্ৰথমটো লুক ৷ 49 বছৰীয়া অভিনেতাগৰাকীয়ে টুইটাৰ একাউন্ট যোগে ছবিখনৰ প্ৰথমটো লুক শ্বেয়াৰ কৰে ৷ এই প'ষ্টটোত মনোজ বাজপেয়ীক দিলজিৎ দৌচাঞ্জৰ সৈতে একেলগে ট্ৰেইনৰ প্ৰৱেশ দ্বাৰত ৰৈ থকা পৰিলক্ষিত হৈছে ৷

অচিৰেই ছবিগৃহলৈ আহিব লগা আগন্তুক ছবিখনত একেলগে দেখিবলৈ পোৱা যাব,মনোজ বাজপেয়ী , দিলজিৎ দৌচাঞ্জ আৰু ফাতিমা চানা শেখক ৷ এইখিনিতে জনাই থওঁ, সুৰজ পে মংগল ভাৰী শীৰ্ষক এই পাৰিবাৰিক কমেডী ছবিখন জী ষ্টুডিঅ'জৰ দ্বাৰা নিৰ্মিত আৰু অভিষেক শৰ্মাৰ দ্বাৰা নিৰ্দেশিত ৷

লগতে পঢ়কঃআয়ুষ্মান, জিতেন্দ্ৰৰ 'সমকামী চুম্বন'ৰ ৰহস্য ফাদিল

Intro:Body:

SURAJ PE MANGAL BHARI FIRST LOOK OUT

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.