ETV Bharat / sitara

ইষ্টাগ্ৰামত শ্বেয়াৰ কেটৰিণা কাইফ,সিদ্ধান্ত চতুৰ্বেদীৰ "ফোন ভূত"ৰ ফাৰ্ষ্ট লুক

author img

By

Published : Jul 20, 2020, 8:31 PM IST

কেটৰিণা কাইফ,ইশান খট্টৰ আৰু সিদ্ধান্ত চতুৰ্বেদীয়ে আহিবলগীয়া হৰৰ-কমেডি ছবি "ফোন ভূত"ৰ বাবে দল প্ৰস্তুত কৰিব বুলি সোমবাৰে ইষ্টাগ্ৰামযোগে সদৰি কৰে । গুৰমীট সিঙৰ পৰিচালনাত আৰু ৰীতেশ সিদ্ধৱানিয়া আৰু ফাৰহান আফটাৰে প্ৰযোজনা কৰা ছবিখন ২০২১ চনত মুক্তি লাভ কৰিব বুলিও সদৰি কৰে ।

ফোন ভূত
ফোন ভূত

নিউজ ডেস্ক, ২০ জুলাইঃ বলিউড অভিনেত্ৰী কেটৰিণা কাইফ,ইশান খট্টৰ আৰু সিদ্ধান্ত চতুৰ্বেদীয়ে সোমবাৰে আহিবলগীয়া হৰৰ-কমেডি ছবি "ফোন ভূত"ৰ বাবে দল প্ৰস্তুত কৰিব বুলি ছ'চিয়েল মিডিয়াযোগে সদৰি কৰে ।

তিনিও গৰাকী অনিনেতা-অভিনেত্ৰীয়ে ছবিখনৰ ফাৰ্ষ্ট লুক ইষ্টাগ্ৰামৰ জৰিয়তে ছবি অনুৰাগীৰ বাবে শ্বেয়াৰ কৰে। আৰু ছবিখন ২০২১ চনৰ ছবিখনে মুক্তি লাভ কৰিব বুলি উল্লেখ কৰে। মোহময়ী অভিনেত্ৰী কেটৰিণা কাইফে ফটোখনৰ সৈতে কেপছন দিয়ে যে,সকলো সমস্যাৰ বাবে ওৱান ষ্টপ-শ্বপ,২০২১ চনত #PhoneBhoot ছবিগৃহলৈ আহি আছে । তাৰোপৰি,গলী বয়ৰ ছবিৰ জৰিয়তে জনপ্ৰিয় হোৱা সিদ্ধান্ত চতুৰ্বেদী লিখে যে,ট্ৰিপল ট্ৰাৱল ইন ভূত বৰ্ল্ড ! ভয় খাবলৈ অনুমতি দিয়া হৈছে । #PhoneBhoot ছবিগৃহলৈ আহি আছে ।

আনহাতে,ছবি সমালোচক তৰন আদৰ্শে ছবিখনৰ পৰিচালনা গুৰমীট সিং কৰাৰ বিপৰীতে ৰীতেশ সিদ্ধৱানিয়া আৰু ফাৰহান আফটাৰে প্ৰযোজনা কৰিছে বুলি জানিবলৈ দিয়ে । লগতে চলিত বৰ্ষতে ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.