ETV Bharat / sitara

কিং খানৰ 55তম জন্মদিনত সামাজিক মাধ্যমযোগে শুভেচ্ছা চেলেব্ৰেটীৰ

author img

By

Published : Nov 2, 2020, 5:18 PM IST

Updated : Nov 2, 2020, 5:53 PM IST

সোমবাৰে নিজৰ 55তম জন্মদিন উদযাপন কৰে বলিউডৰ বাদশ্বাহ খ্যাত শ্বাহৰুখ খানে ৷ কিং খানৰ জন্মদিন উপলক্ষে সামাজিক মাধ্যমত তেখেতৰ অনুৰাগীসকলৰ লগতে বলিউডৰ বহু কেইগৰাকী অভিনেতী অভিনেত্ৰীয়েও শ্বাহৰুখ খানক জন্মদিনৰ শুভেচ্ছা জনাইছে ৷

SRK turns 55: Kareena, Madhuri, Anushka and others extend birthday wishes
কিংগ খানৰ 55তম জন্মদিনঃ সামাজিক মাধ্যমত শুভেচ্ছা চেলেব্ৰেটীৰ

নিউজ ডেস্ক, 2 নৱেম্বৰ : সোমবাৰে নিজৰ 55তম জন্মদিন উদযাপন কৰে বলিউডত বাদশ্বাহ খ্যাত শ্বাহৰুখ খানে ৷ কিং খানৰ জন্মদিন উপলক্ষে সামাজিক মাধ্যমত তেখেতৰ অনুৰাগীসকলৰ লগতে বলিউডৰ বহু কেইগৰাকী অভিনেতা অভিনেত্ৰীয়ে শ্বাহৰুখ খানক জন্মদিনৰ শুভেচ্ছা জনায় ৷

শ্বাহৰুখ খানৰ সৈতে ফিল্ম কৰি বলিউডত প্ৰৱেশ কৰা অনুষ্কা শৰ্মাই নিজৰ ইনষ্টা ষ্ট‘ৰীত কিং খানৰ ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনায় ৷

তদুপৰি অভিনেত্ৰী কৰিণা কাপুৰ, শিল্পা ছেট্টী, ছবি নিৰ্মাতা ফাৰাহ খান আদিয়েও অভিনেতাগৰাকীক সামাজিক মাধ্যমৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰে ৷

  • Whenever we meet, there's masti, magic & loads of love ♥️ Here's wishing you a very happy birthday @iamsrk. Stay safe & hope to see you soon. pic.twitter.com/mpWMnJq1Ol

    — Madhuri Dixit Nene (@MadhuriDixit) November 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ফাৰাহ খানে নিজৰ ইনষ্টাগ্ৰামত কিং খানৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনোৱা পৰিলক্ষিত হয় ৷ জনপ্ৰিয় অভিনেত্ৰী কৰিণা কাপুৰেও মাৰজানী গানৰ শ্বুটিঙৰ সময়ত কিংগখানৰ সৈতে তোলা ফটো শ্বেয়াৰ কৰি জন্মদিনৰ ওলগ জনায় ৷

লগতে পঢ়ক: নিউজিলেণ্ডৰ কেবিনেটত মন্ত্ৰী হিচাপে শপত ল'লে ভাৰতীয় মহিলাই

Last Updated : Nov 2, 2020, 5:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.