চিটাৰা ডেস্ক,14 ডিচেম্বৰ : শীঘ্ৰেই ছবিগৃহলৈ আহিবলগীয়া নৌসেনা ভিত্তিক ছবি ‘তেজাছ’ৰ বাবে দেওবাৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে অভিনেত্ৰী কংগনা ৰাণাৱটসহ তেজাছৰ টীমটোৱে ৷
-
Today team #Tejas met honourable defence minister Shri @rajnathsingh ji for his blessings, we shared the script of our film Tejas with @IAF_MCC as well and seeked few permissions, Jai Hind 🙏 pic.twitter.com/7eoVN1Lidj
— Kangana Ranaut (@KanganaTeam) December 13, 2020 " class="align-text-top noRightClick twitterSection" data="
">Today team #Tejas met honourable defence minister Shri @rajnathsingh ji for his blessings, we shared the script of our film Tejas with @IAF_MCC as well and seeked few permissions, Jai Hind 🙏 pic.twitter.com/7eoVN1Lidj
— Kangana Ranaut (@KanganaTeam) December 13, 2020Today team #Tejas met honourable defence minister Shri @rajnathsingh ji for his blessings, we shared the script of our film Tejas with @IAF_MCC as well and seeked few permissions, Jai Hind 🙏 pic.twitter.com/7eoVN1Lidj
— Kangana Ranaut (@KanganaTeam) December 13, 2020
কংগনাই চ’ছিয়েল মিডিয়াযোগে এই কথা শ্বেয়াৰ কৰি কয় যে, তেজাছৰ টীমটোৱে মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে ছবিখনৰ স্ক্ৰীপ্ট শ্বেয়াৰ কৰাৰ লগতে ছবিখন প্ৰদৰ্শনৰ বাবে অনুমতি বিচাৰে ৷ ছবিখনত কংগনাই এগৰাকী যুঁজাৰু পাইলটৰ চৰিত্ৰত অভিনয় কৰিব ৷
ইয়াৰ বিপৰীতে কংগনাই ইতিমধ্যে তেওঁৰ "Thalaivi" ছবিখনৰ শ্বুটিঙো সম্পূৰ্ণ কৰিছে ৷ দেওবাৰে টুইটাৰযোগে এই কথা ঘোষণা কৰে অভিনেত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে, বিগত সপ্তাহত অভিনেতা অনিল কাপুৰৰ অ’টিটি প্লেটফ’ৰ্মত মুক্তিলাভ কৰা ছবি "AK vs AK"ক লৈ আপত্তি দৰ্শায় ভাৰতীয় নৌসেনা বিভাগে ৷
লগতে পঢ়ক : ৰাণা ডাগ্গুৱতীৰ জন্মদিনত ‘Viraata Parvam’ৰ প্ৰথমটো অৱলোকন মুকলি