ETV Bharat / sitara

বৰদিন কেনেকৈ উদযাপন কৰিলে কংগনাই ?

author img

By

Published : Dec 26, 2020, 3:25 PM IST

বৰদিনত বৌৱেক আৰু ভগ্নী ৰংগ'লী চণ্ডেলৰ সৈতে হাইকিঙৰ আনন্দ ল'লে অভিনেত্ৰী কংগনা ৰাণাৱটে । বৌৱেকে কেনেকৈ ইনষ্টাগ্ৰাম ফিল্টাৰ্ছৰ বিষয়ে শিকাইছে, সেয়া শ্বেয়াৰ কৰিলে 'তনু ৱেডছ মনু'ৰ অভিনেত্ৰীগৰাকীয়ে ।

বৰদিন কেনেকৈ উদযাপন কৰিলে কংগনাই ?
বৰদিন কেনেকৈ উদযাপন কৰিলে কংগনাই ?

চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: প্ৰকৃতিক পৰিৱেশৰ মাজত দীঘলীয়া বাট খোজকাঢ়ি অতিক্ৰম কৰাৰ আমেজ লৈছে কংগনাই । শুক্ৰবাৰে বৰদিনৰ দিনা বৌৱেক আৰু ভগ্নী ৰংগ'লী চণ্ডেলৰ সৈতে হাইকিঙৰ আনন্দ ল'লে অভিনেত্ৰী কংগনা ৰাণাৱটে । অভিনেত্ৰীগৰাকীয়ে শনিবাৰে পুৱা টুইটযোগে হাইকিং অভিজ্ঞতাৰ কেইখনমান সুন্দৰ ফটো শ্বেয়াৰ ।

বৰদিন কেনেকৈ উদযাপন কৰিলে কংগনাই ?
বৰদিন কেনেকৈ উদযাপন কৰিলে কংগনাই ?

এখন ফটোত দেখা গৈছে যে, কংগনাই পাহৰৰ ওপৰত বহি আছে আৰু । আন এখন ফটোত ভগ্নী আৰু বৌৱেকৰ সৈতে দেখা গৈছে কংগনাক । ভটিজাক কোলাত লৈ থকা এখন ফটোও শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । ৩৩ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে পোষ্টটোত যোৱাকালি পৰিয়ালৰ সৈতে হাইকিং কৰাৰ কথা উল্লেখ কৰে ।

  • Went hiking with my family yesterday, wonderful experience ❤️
    P.S my bhabhi is Instagram Queen, she knows everything about all filters, and teaching me how to use them 🥰 pic.twitter.com/dSOkdcldsn

    — Kangana Ranaut (@KanganaTeam) December 26, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বৌৱেকে কেনেকৈ ইনষ্টাগ্ৰাম ফিল্টাৰ্ছৰ বিষয়ে শিকাইছে, সেয়াও শ্বেয়াৰ কৰিলে 'তনু ৱেডছ মনু'ৰ অভিনেত্ৰীগৰাকীয়ে । লগতে কংগনাই বৌৱেকক ইনষ্টাগ্ৰামৰ ৰাণী আখ্যা দি লিখিছে যে, 'মোৰ বৌৱে ফিল্টাৰ্ছৰ বিষয়ে সকলো কথা জানে আৰু কেনেকৈ ব্যৱহাৰ কৰে শিকাইছে' ।

লগতে পঢ়ক:আমিৰ খানৰ পাচত 'বিক্ৰম বেধা'ৰ ৰিমেকত ঋত্বিক ৰোচনৰ এন্ট্ৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.