ETV Bharat / sitara

কাৰ্তিক আৰ্য়ান অক্ষয় কুমাৰৰ দৰে ইমান ভাল নে ?

author img

By

Published : Mar 31, 2021, 9:55 PM IST

অভিনেতা কাৰ্তিক আৰ্য়ান ‘ভুল ভুলইয়া’ৰ ছিকুৱেলত স্বাক্ষৰ কৰাৰ পাচতে অক্ষয় কুমাৰৰ দৰে এগৰাকী চুপাৰষ্টাৰৰ সৈতে তুলনা কৰাত তেওঁ নিজকে নিম্ন অনুভৱ কৰে ৷ এই সন্দৰ্ভত পৰিচালক অনীজ বাজমীয়ে কয় যে "কাৰ্তিক সদায় সময়ত থাকে, পেছাদাৰী, কেতিয়াও কোনো কথাত খং নকৰে । কাৰ্তিকে সকলোকে হাঁহি মুখে মাতে । আমাক এতিয়া সেই ইতিবাচকতাৰ প্ৰয়োজন" ।

Is Kartik Aaryan as good as Akshay Kumar?
কাৰ্তিক আৰিয়ান অক্ষয় কুমাৰৰ দৰে ইমান ভাল নে ?

চিটাৰা ডেস্ক, 31 মাৰ্চ: অভিনেতা কাৰ্তিক আৰ্য়ান ‘ভুল ভুলেইয়া’ৰ ছিক্যুৱেলত স্বাক্ষৰ কৰাৰ পাচতে অক্ষয় কুমাৰৰ দৰে এগৰাকী চুপাৰষ্টাৰৰ সৈতে তুলনা কৰাত তেওঁ নিজকে নিম্ন অনুভৱ কৰিছে । শেহতীয়াকৈ,‘ভুল ভুলইয়া’ৰ পৰিচালক অনীজ বাজমীক কাৰ্তিকৰ অভিনয়ক লৈ মন্তব্য কৰিবলৈ কৈছিল ।

অনুৰাগীৰ মতে, 12 বছৰ আগতে মুকলি হোৱা ‘ভুল ভুলইয়া’ ছবিখনৰ অভিনেতা অক্ষয় কুমাৰ আৰু বিদ্যা বালানে সৃষ্টি কৰা অভিনয়ৰ যাদুৰ সৈতে কাৰ্তিক আৰু কিয়াৰা আদৱানীক লগত তুলনা কৰিব নোৱাৰি ৷ এটা ৱেবল'ইডত অনীজক এজনে সুধিছিল যে কাৰ্তিক প্ৰথম ‘ভুল ভুলইয়া’ ছবিখনত অক্ষয় কুমাৰৰ দৰেই ভাল নেকি । যাৰ উত্তৰত অনীছে কৈছিল, "মোৰ অক্ষয় কুমাৰৰ ‘ভুল ভুলইয়া’ৰ সৈতে কোনো সম্পৰ্ক নাছিল । গতিকে মই নাজানো ৷"

আনিজে কাৰ্তিকৰ প্ৰশংসা কৰি কৈছিল যে, তেওঁৰ লগত কাম কৰি আনন্দিত। "কাৰ্তিক সদায় সময়ত উপস্থিত থাকে, সদায় পেছাদাৰী, কেতিয়াও কোনো খং নকৰে । কাৰ্তিকে সকলোকে হাঁহি মুখে মাতে । আমাক এতিয়া সেই ইতিবাচকতাৰ প্ৰয়োজন"

উল্লেখ্য যে, ‘ভুল ভুলইয়া’ 1993 ত মালায়ালম ছবি মনীচিত্ৰথঝুৰ ৰিমেক আছিল । ছবিখনত আমিশা পাটেল, পৰেশ ৰাৱাল, মনোজ যোশী, আচাৰাণী, ৰাজপাল যাদৱ আৰু বিক্ৰম গোখলেও অভিনয় কৰিছিল। ‘ভুল ভলইয়া’ত বিদ্যাৰ প্ৰদৰ্শনৰ আজিও শালগ লোৱা হয় ।

লগতে পঢ়ক : দিল্লী বিমানবন্দৰত চিকিৎসকক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.