ETV Bharat / sitara

ভাৰত বনাম অষ্ট্ৰেলিয়া : ভাৰতৰ ঐতিহাসিক জয়ৰ পাচত প্ৰশংসাত পঞ্চমুখ বি-টাউন

author img

By

Published : Jan 19, 2021, 9:40 PM IST

বলিউড বাদশ্বাহ শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি ৰণবীৰ সিঙলৈকে, সকলো বলিউড তাৰকা এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশংসাত পঞ্চমুখ ৷ মঙলবাৰে গাব্বা টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ঐতিহাসিক বিজয় সাব্য়স্ত কৰাৰ পাচত পিছপৰি ৰোৱা নাই বি-টাউনো ৷ চ’ছিয়েল মিডিয়াযোগে ভাৰতীয় দলটোক হিয়াভৰা অভিনন্দন জ্ঞাপন কৰে বলিউড তাৰকাসকলে ৷

B-town
বি-টাউন

নিউজ ডেস্ক,19 জানুৱাৰী : আজিংক্য ৰাহানেৰ নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে মঙলবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গাব্বা টেষ্টত ঐতিহাসিক জয়লাভ কৰাৰ পাচতেই অভিনন্দনসূচক বাৰ্তাৰে ভৰি পৰিছে চ’ছিয়েল মিডিয়া ৷ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি বলিউড তাৰকাসকলেও দলটোক অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে ৷

  • T 3787 - INDIAAAAA .. INDIA !! INDIAAAA .. INDIA .. 🇮🇳
    THOK DIYA .. Australia ko .. 💪💪
    INCREDIBLE VICTORY .. badhai badhai badhai .. !!
    Body blows ! Injury ! Racist abuse !

    गले ते हथ ना रक्खीं , ठोक देयाँगे !!!!
    INCREDIBLE INDIA !!

    Don't ever underestimate INDIA !! pic.twitter.com/TPFxNbODU8

    — Amitabh Bachchan (@SrBachchan) January 19, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

বিগ বি অমিতাভ বচ্চন, শ্বাহৰুখ খানকে ধৰি অভিনেতা মোহনলাল, শ্বাহৰুখ খান, অক্ষয় কুমাৰ, ৰণবীৰ সিং সকলোৱে ভাৰতীয় দলটোক চ’ছিয়েল মিডিয়াযোগে প্ৰেৰণ কৰিছে অভিনন্দনৰ বাৰ্তা ৷ দলটোৰ বহুকেইগৰাকী খেলুৱৈ আঘাতপ্ৰাপ্ত হোৱাৰ পাচতো দলটোৱে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰ’ফী নিজৰ নামত আনিবলৈ সক্ষম হয় ৷

  • What an absolutely marvellous victory for our team!!! Stayed up all night to watch it unfold ball by ball. Now will sleep peacefully for a bit and savour this historic moment. Love to all our boys and greatly admire their resilience to power us through to this win. Chak De India!

    — Shah Rukh Khan (@iamsrk) January 19, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

অবিশ্বাস্য বিজয়, চক্ ডে ইণ্ডিয়া আদি প্ৰশংসামূলক ধ্বনিৰে চ’ছিয়েল মিডিয়া কঁপাই তোলে বি-টাউনে ৷ ইয়াৰ লগতে ভাৰতীয় দলটোক কেতিয়াও কম শক্তিশালী হিচাপে নাভাবিলৈ কয় তাৰকাসকলে ৷

  • Historic win!!! What an effort!!! So proud!!! 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 @BCCI pic.twitter.com/eL61lvodnC

    — Ranveer Singh (@RanveerOfficial) January 19, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : ড্ৰাগছৰ ঘটনাঃ ৰাগিনী দ্বিৱেদীৰ জামিন আবেদনৰ শুনানি স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.