ETV Bharat / sitara

অসমৰ চিকিৎসকৰ পৰা নৃত্য শিকিবলৈ আগ্ৰহ প্ৰকাশ হৃত্বিক ৰোছনৰ

author img

By

Published : Oct 19, 2020, 3:58 PM IST

Updated : Oct 19, 2020, 5:36 PM IST

শিলচৰ মেডিকেল কলেজৰ কাণ,নাক আৰু ডিঙি ৰোগ বিশেষজ্ঞ ডাঃ অৰূপ সেনাপতিয়ে পিপিই কিট পৰিধান কৰি ৰোগীৰ মনোৰঞ্জনৰ বাবে অভিনেতা হৃত্বিক ৰোছনৰ জনপ্ৰিয় গীত ‘ঘুংগুৰু’ত নৃত্য প্ৰদৰ্শন কৰা ভিডিঅ’ ভাইৰেল হোৱাৰ পাচত অভিনেতাগৰাকীয়ে টুইট কৰি চিকিৎসকগৰাকীৰ পৰা নৃত্য শিকিব বুলি মন্তব্য কৰে ৷

Hrittik Roshan react on Assam Doctor dance video
অসমৰ চিকিৎসকৰ পৰা নৃত্য় শিকিব অভিনেতা ঋত্বিক ৰোশনে

চিটাৰা ডেস্ক, 19 অক্টোবৰ : কৰ’ণাৰ ত্ৰাসৰ মাজতে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে এক বিশেষ ভিডিঅ’ ৷ পিপিই কিট পৰিধান কৰি ৰোগীৰ মনোৰঞ্জনৰ বাবে অভিনেতা হৃত্বিক ৰোছনৰ জনপ্ৰিয় গীত ‘ঘুংগুৰু’ত নৃত্য প্ৰদৰ্শন কৰিছে অসমৰ চিকিৎসক ডাঃ অৰূপ সেনাপতিয়ে ৷

শিলচৰ মেডিকেল কলেজৰ কাণ,নাক আৰু ডিঙি ৰোগ বিশেষজ্ঞ ডাঃ অৰূপ সেনাপতিৰ নৃত্যৰ ভিডিঅ’টি হাস্পতালখনৰ সহযোগী চিকিৎসক ডাঃ শ্বায়েদ ফাইজান আহমেদে টুইটাৰযোগে ভাইৰেল কৰে ৷ ইয়াৰ পাচতে এই ভিডিঅ’টি অভিনেতা হৃত্বিক ৰোছনে ৰিটুইট কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে ৷

  • Tell Dr Arup I’m gonna learn his steps and dance as good as him someday in Assam . Terrific spirit . 🕺🏻 https://t.co/AdBCarfCYO

    — Hrithik Roshan (@iHrithik) October 19, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটযোগে অভিনেতাগৰাকীয়ে কয় যে, ‘‘ডাঃ অৰূপ সেনাপতিক ক’ব যে কেতিয়াবা অসমত গৈ মই তেওঁৰ এই নৃত্য অনুসৰণ কৰিম ৷ তেওঁৰ নৃত্যটি অতি মনোমোহা ৷’’

অসমৰ চিকিৎসকৰ পৰা নৃত্য শিকিবলৈ আগ্ৰহ প্ৰকাশ হৃত্বিক ৰোছনৰ

লগতে পঢ়ক : বৰপেটাত নৃত্য-অভিনয় কলা প্ৰতিষ্ঠানৰ মুকলি

Last Updated : Oct 19, 2020, 5:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.