ETV Bharat / sitara

ঋত্বিক ৰোশনৰ মাতৃ ক'ভিড-19 ত আক্ৰান্ত

author img

By

Published : Oct 23, 2020, 10:42 AM IST

অভিনেতা ঋত্বিক ৰোশনৰ মাতৃ পিনি ৰোশন শেহতীয়াকৈ ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ বৰ্তমান তেওঁ হোম কোৱাৰেন্টাইন হৈ থকা বুলি জানিব পৰা গৈছে ৷

Hrithik Roshan's mother, Pinkie Roshan, tests postive for COVID-19
ঋত্বিক ৰোশনৰ মাতৃ ক'ভিড-19 ত আক্ৰান্ত

চিটাৰা নিউজ, 23 অক্টোবৰ : অভিনেতা ঋত্বিক ৰোশনৰ মাতৃ পিনি ৰোশন শেহতীয়াকৈ ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ স্বামী ৰাকেশ ৰোশনে প্ৰকাশ কৰিছে তথ্য ৷

জানিব দিয়া অনুসৰি, এক সপ্তাহৰ আগতে 67 বছৰীয়া পিনি ৰোশনে ক'ভিড-19 ৰ পৰীক্ষণ কৰিছিল আৰু তেতিয়াই তেওঁ ক'ভিড-19 ত আক্ৰান্ত হোৱা বুলি জানিব পাৰিছিল ৷ স্বামীয়ে শেহতীয়াকৈ PTI ক জনোৱা অনুসৰি, তেওঁ বৰ্তমান হোম কোৱাৰেন্টাইন হৈ আছে ৷

উল্লেখ্য যে, বুধবাৰৰ দিনটোলৈ মুম্বাইত ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 2,45,871 লৈ বৃদ্ধি হয় আৰু মৃতকৰ সংখ্যা 9,869 জনলৈ বৃদ্ধি হয় ৷

লগতে পঢ়ক : ক'ভিড-19ৰ নীতি নিয়মৰ মাজেৰে মৰাণত আৰম্ভ হৈছে দুৰ্গা পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.