ETV Bharat / sitara

প্ৰজেক্ট কেত প্ৰথমবাৰৰ বাবে একেলগে দীপিকা-প্ৰভাস

author img

By

Published : Feb 8, 2022, 12:39 PM IST

অচিৰেই দীপিকা পাডুকন আৰু প্ৰভাস অভিনীত প্ৰজেক্ট কে ৰ দ্বিতীয় পৰ্যায়ৰ শ্বুটিং আৰম্ভ হ’ব হায়দৰাবাদত (Deepika padukone in hyderabad for project k ) ৷ নাগ অশ্বিনৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখন এখন চাইন্স-ফিক্ছন আধাৰিত ছবি য’ত মেগাষ্টাৰ অমিতাভ বচ্চনক এটা মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব ৷

Project K
প্ৰজেক্ট কেত প্ৰথমবাৰৰ বাবে একেলগে দীপিকা-প্ৰভাস

চিটাৰা ডেস্ক, 8 ফ্ৰেব্ৰুৱাৰী : বাহুবলীৰ অপাৰ সফলতাৰ পিছত প্ৰভাসৰ হাতত আছে কেইবাখনো ব্যয়বহুল ছবি ৷ দীপিকা পাডুকনৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰা তেওঁৰ আহিবলগীয়া ছবি প্ৰজেক্ট কে ৰ দ্বিতীয় পৰ্যায়ৰ শ্বুটিং অতি শীঘ্ৰেই আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ছবিখনৰ টীমটোৱে (Deepika padukone prabhas project k schedule) ৷

ছবিখনৰ নিৰ্মাতাসকলে জানিবলৈ দিছে যে শ্বুটিংৰ বাবে ছেট তৈয়াৰ কৰি থকা হৈছে ৷ ফ্ৰেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ’বলগীয়া শ্বুটিং কিছু দীঘলীয়া সময়ৰ বাবে হ’ব ৷ হায়দৰাবাদত কিছু দীঘলীয়া সময়ৰ ৰ’ব দীপিকা আৰু প্ৰভাস ৷

ছবিখনৰ টীমটোৱে এতিয়ালৈকে অমিতাভ বচ্চনৰ শ্বুটিং কেতিয়াৰ পৰা আৰম্ভ হ’ব সেই বিষয়ে একো প্ৰকাশ কৰা নাই ৷ জানিব পৰা গৈছে যে, 11 ফ্ৰেব্ৰুৱাৰীত গেহৰাইয়ানৰ মুক্তিৰ পিছতেই দীপিকা উৰা মাৰিব হায়দৰাবাদলৈ (Deepika padukone in hyderabad for project k ) ৷

লগতে পঢ়ক: আলিসাৰ চৰিত্ৰটো সম্পূৰ্ণৰূপে এটা আৱেগিক চৰিত্ৰ: দীপিকা পাডুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.