চিটাৰা ডেস্ক, ২৫ ডিচেম্বৰ: আজি পৱিত্ৰ বৰদিন । পূৰ্বৰ দৰে নহ'লেও মহামাৰীৰ সংকটৰ মাজতে যীশুখ্ৰীষ্টৰ ওপজা দিনটো উদযাপন কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে । কৰীণা কাপুৰ খান, কাজল, প্ৰিয়ংকা চোপ্ৰা জোনাচ, ছাৰা আলী খানৰ লগতে বলিউডৰ তাৰকাসকলেও উদযাপন কৰিছে পৱিত্ৰ বৰদিন ।
- " class="align-text-top noRightClick twitterSection" data="
">
বৰদিনৰ এদিন পূৰ্বেই জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ খান আৰু স্বামী চেইফ আলী খানে সমূহ পৰিয়াল বৰ্গৰ সৈতে উদযাপন কৰিছে বৰদিন ।
- " class="align-text-top noRightClick twitterSection" data="
">
'জৱ উই মেট'ত অভিনয় কৰা ছাহিদ কাপুৰেও বৰদিন উপলক্ষে পৰিয়ালৰ সৈতে নৈশ ভোজনৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে । মালাইকা অৰোৰাও পৰিয়ালৰ সৈতে বৰদিন উদযাপনৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে । কংগনা ৰানাৱটেও তেওঁৰ ভতিজা পৃথিৱী আৰু পৰিয়ালৰ সৈতে বৰদিন উদযাপনৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে ।
- " class="align-text-top noRightClick twitterSection" data="
">
অভিনেত্ৰী কাজল, প্ৰিয়ংকা চোপ্ৰা জোনাচেও সামাজিক মাধ্যমযোগে সকলোকে পৱিত্ৰ বৰদিনৰ শুভেচ্ছা জনায় ।
- " class="align-text-top noRightClick twitterSection" data="
">
বৰুণ ধাৱান আৰু কিয়াৰা আদৱানীৰ আহিবলগীয়া ছবি 'যুগ যুগ জিও'ৰ এটা সৰু দৃশ্য শ্বেয়াৰ কৰি সকলোকে বৰদিনৰ শুভকামনা জনায় । অক্ষয় কুমাৰেও টুইটাৰযোগে বৰদিন উপলক্ষে সকলোকে শুভকামনা জনায় ।
-
It’s the season to be jolly... may you find many reasons for it this year. Merry Christmas ♥️ pic.twitter.com/F3EYpgv8tF
— Akshay Kumar (@akshaykumar) December 25, 2020 " class="align-text-top noRightClick twitterSection" data="
">It’s the season to be jolly... may you find many reasons for it this year. Merry Christmas ♥️ pic.twitter.com/F3EYpgv8tF
— Akshay Kumar (@akshaykumar) December 25, 2020It’s the season to be jolly... may you find many reasons for it this year. Merry Christmas ♥️ pic.twitter.com/F3EYpgv8tF
— Akshay Kumar (@akshaykumar) December 25, 2020
ইফালে বচ্চন পৰিয়ালেও বৰদিন উপলক্ষে বৃহস্পতিবাৰে নৈশ ভোজনৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ।
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়ক: আলিয়া ভাটৰ পৰৱৰ্তী ছবিত অভিনয় কৰিব পাৰ্থ ছামথানে !