ETV Bharat / sitara

চপ্পক বিবাদঃ আদালতৰ ৰায় অধিবক্তাই পাব লাগে ক্ৰেডিট - এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালা

অধিবক্তা অৰ্পণা ভাটক খ্যাতি প্ৰদান কৰিব লাগিব চপ্পক নিৰ্মাতাই ৷ বৃহস্পতিবাৰে দিল্লীৰ এখন আদালতে ৰায় দিয়ে যে, চপ্পক নিৰ্মাতাই অধিবক্তা অৰ্পণা ভাটক দিব লাগিব উচিত ক্ৰেডিট ৷ এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ ঘটনাত আদালতত প্ৰতিনিধিত্ব কৰিছিল অধিবক্তা অৰ্পণা ভাটে ৷

CHHAPAAK MAKERS SHOULD GIVE DUE CREDIT TO LAWYER DELHI COURT
অধিবক্তা অৰ্পণা ভাটক খ্যাতি প্ৰদান কৰিব লাগিব চপ্পক নিৰ্মাতাই
author img

By

Published : Jan 9, 2020, 8:08 PM IST

চিটাৰা ডেস্ক, 9 জানুৱাৰীঃ আইনজীৱি অৰ্পণা ভাটৰ আবেদনৰ ভিত্তিত দিল্লীৰ এখন আদালতে চপ্পকত অধিবক্তা অৰ্পণা ভাটক ক্ৰেডিট দিব লাগিব বুলি ৰায় দিয়ে ৷ শেহতীয়াকৈ অধিবক্তা অৰ্পণা ভাটে দিল্লী আদালতত এক গোচৰ ৰুজু কৰিছিল ৷ বৃহস্পতিবাৰে দিল্লী আদালতে ৰায় দিয়ে যে, চপ্পক নিৰ্মাতাসকলে ছবি মুক্তিৰ সময়ত ছবিখনত অন্তৰ্ভুক্ত কৰিব লাগিব আবেদনকাৰী অৰ্পণা ভাটৰ নাম ৷

অধিবক্তাগৰাকীৰ মতে, শুকুৰবাৰে মুক্তি পাবলগীয়া ছবিখনত অধিবক্তা অৰ্পণা ভাট নিজৰ কামৰ দক্ষতা আৰু জ্ঞানৰ বাবে ক্ৰেডিট দিম বুলি কোৱাৰ পিছতো ক্ৰেডিট নিদিলে ছবি নিৰ্মাতাই ৷ সেইবাবে দিল্লীৰ পাটিয়ালা হাউচ কোৰ্টত বৃহস্পতিবাৰে ৰাতিপুৱা চপ্পকৰ মুক্তিৰ বিৰুদ্ধে গোচৰ তৰে, অৰ্পণা ভাটে ৷ গোচৰ তৰাৰ পিছতে আৰম্ভ হয় শুনানিৰ ৷ অৱশেষত ন্যায়াধীশে ছবিখনত অৰ্পণা ভাটক ক্ৰেডিট দিয়াৰ বাবে শুনানি প্ৰদান কৰে ৷

লগতে পঢ়কঃ 'দৰবাৰ' উপভোগৰ বাবে ছবিগৃহত ৰজনীকান্তৰ পত্নী, ৰাঘৱ লৰেঞ্চ

Intro:Body:

CHHAPAAK MAKERS SHOULD CREDIT TO LAWYER APARNA

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.