চিটাৰা ডেস্ক,3 ফেব্ৰুৱাৰীঃ এটা গুৰুতৰ পথ দুৰ্ঘটনাৰ পৰা কথমপি বাচিল বলীউডৰ জনপ্ৰিয় ৰেপাৰ তথা পাঞ্জাৱী কন্ঠশিল্পী বাদশ্বাহ ৷ মঙলবাৰে ৰাজপুৰা-চৰহিন্দ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ গাড়ী ৷ সৌভাগ্যক্ৰমে গাড়ীৰ এয়াৰ বেগ খোল খোৱাৰ বাবে প্ৰাণ ৰক্ষা পৰে বি-টাউনৰ জনপ্ৰিয় ৰেপাৰ গৰাকীৰ ৷ জানিব পৰা মতে, ঘন কুঁৱলীৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা ৷
লগতে পঢ়কঃ তাপসী পান্নুৰ আগন্তুক ছবি থাপ্পৰৰ ট্ৰেইলাৰে অতিক্ৰম কৰিছে 10 মিলিয়ন ভিউজ