ETV Bharat / sitara

কেৰালাৰ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ বলীউড তাৰকাৰ - কেৰালাৰ কোজিকোড বিমান বন্দৰ

শুকুৰবাৰে নিশা কেৰালাৰ কোজিকোড বিমান বন্দৰত দুৰ্ঘটনাত পতিত হয় এখন এয়াৰ ইণ্ডিয়া বিমান ৷ এই দুৰ্ঘটনাৰ ফলত বৰ্তমানলৈকে 19জন লোকৰ মৃত্যু হৈছে ৷ এই ঘটনাক লৈ ছ'চিয়েল মিডিয়া যোগে শোক প্ৰকাশ কৰিছে বলীউড তাৰকাসকলে ৷

bollywood celebs reaction on kerala air India flight accident
কেৰেলাৰ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ বলীউড তাৰকাৰ
author img

By

Published : Aug 8, 2020, 8:53 PM IST

চিটাৰা ডেস্ক,8 আগষ্টঃ কেৰালাৰ কোজিকোড বিমান বন্দৰত হোৱা শোকাৱহ দুৰ্ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে বলীউডৰ তাৰকাসকলে ৷ বিভিন্ন গৰাকী তাৰকাই ছ'চিয়েল মিডিয়া যোগে শোক প্ৰকাশ কৰিছে ৷

শুকুৰবাৰে নিশা কেৰালাৰ কোজিকোড বিমান বন্দৰত এক শোকাৱহ বিমান দুৰ্ঘটনা সংঘটিত হয় ৷ যাৰ ফলত 19 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোক আঘাত প্ৰাপ্ত হয় ৷

এই ঘটনাৰ পিছতে শোকাকুল হৈ পৰিছে সমগ্ৰ দেশবাসী ৷ সমান্তৰালভাৱে নিজৰ শোক ব্যক্ত কৰিছে বলীউডৰ তাৰকাসকলে ৷

মেগাষ্টাৰ অমিতাভ বচ্চনে শোকপ্ৰকাশ কৰিছে টুইট যোগে ৷

  • T 3620 - A terrible tragedy .. Air India crash in Kerala, Kozhikode airport , plane skids off the runway on landing in heavy rain ..
    Prayers .. 🙏

    — Amitabh Bachchan (@SrBachchan) August 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • Deeply shocked by the tragic crash landing of the #AirIndia aircraft that overshot the runway in Kozhikode.
    Prayers for all passengers, pilots & crew on board and at Calicut Airport. Terrible year this🙏🏼🙏🏼🙏🏼🙏🏼

    — Disha Patani (@DishPatani) August 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
bollywood celebs reaction on kerala air India flight accident
বিকি কৌশলৰ প'ষ্ট

শিল্পা চেট্টীৰ প'ষ্ট

আলিয়া ভাটৰ প'ষ্ট

বৰুণ ধাৱানৰ প'ষ্ট

সোণালী ব্ৰেণ্ডেৰ প'ষ্ট

আয়ুষ্মানৰ প'ষ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.