ETV Bharat / sitara

মুম্বাইত বলিউড তাৰকাসকলৰ মাজত পূজাৰ আনন্দ - জনপ্ৰিয় অভিনেত্ৰী কাজল

পূজা উপলক্ষে মাৰ ওচৰত শৰণ ল'লে বি-টাউনৰ তাৰকাসকলে

বলিউড তাৰকাসকলৰ মাজত পূজাৰ আনন্দ
author img

By

Published : Oct 7, 2019, 2:46 PM IST

চিটাৰা ডেক্স,7 অক্টোবৰঃসৰ্বত্ৰে দুৰ্গা পূজাৰ আনন্দ ৷ বাদ পৰা নাই বলিউড ক্ষেত্ৰখনো ৷মুম্বাইত দুৰ্গা পূজাৰ পৱিত্ৰ ক্ষণত বি-টাউনৰ বহু তাৰকাই আশীষ ল'লে মা-দুৰ্গাৰ ওচৰত ৷

দুৰ্গা পূজা উপলক্ষে অমিতাভ বচ্চনে বগা ৰঙৰ কুৰ্তা-পায়জামা পিন্ধাৰ লগতে জয়া বচ্চনে পিন্ধিলে ৰঙা ৰঙৰ পাৰি দিয়া বগা শাৰী ৷

amitabh bacchan
অমিতাভ বচ্চন
amitabh bacchan and joya bacchan
অমিতাভ বচ্চন আৰু জয়া বচ্চন

জনপ্ৰিয় অভিনেত্ৰী কাজলে সেউজীয়া পাৰি দিয়া হালধীয়া শাৰী পিন্ধি দেৱীৰ আশীষ ললে ৷

kajol
কাজল

মোহময়ী অভিনেত্ৰী ৰাণী মুৰ্খাজীয়ে আকৌ সোণালী 'পলকা ডট' থকা ৰঙা শাৰী পিন্ধা পৰিলক্ষিত হয় ৷

kajol with rani mukherji
কাজলৰ সৈতে ৰাণী মুৰ্খাজী

প্ৰিয়ংকা চোপ্ৰাই সেইদৰে সুন্দৰ হাতৰ কামৰ এযোৰ গুলপীয়া চেলৱাৰ চুট পিন্ধা পৰিলক্ষিত হৈছে ৷

priyanka chopra
প্ৰিয়ংকা চোপ্ৰা

Intro:Body:

B town puja

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.