ETV Bharat / sitara

ছবি পৰিচালকৰ ৰূপত অস্কাৰ প্ৰাপক এ আৰ ৰহমান - etv bharat assam

বলিউডৰ জনপ্ৰিয় তথা মিউজিক মেষ্ট্ৰ' ৰূপে খ্যাত তথা বিশিষ্ট সংগীতজ্ঞ এ আৰ ৰহমানক৷ '99 song' শীৰ্ষক নামেৰে প্ৰেমৰ কাহিনীৰ ওপৰত ছবি প্ৰস্তুত কৰিব বুলি টুইটযোগে প্ৰকাশ কৰে অস্কাৰ প্ৰাপ্ত সংগীতকাৰজনে

ছবি পৰিচালকৰ ৰূপত অস্কাৰ প্ৰাপক এ আৰ ৰহমান
author img

By

Published : Apr 12, 2019, 12:03 AM IST

নিউজ ডেস্ক, 11 এপ্ৰিলঃ শীঘ্ৰে পৰিচালকৰ ৰূপত প্ৰত্যক্ষ কৰিবলৈ পোৱা যাব বলিউডৰ জনপ্ৰিয় তথা মিউজিক মেষ্ট্ৰ' ৰূপে খ্যাত তথা বিশিষ্ট সংগীতজ্ঞ এ আৰ ৰহমানক৷ '99 song' শীৰ্ষক নামেৰে প্ৰেমৰ কাহিনীৰ ওপৰত ছবি প্ৰস্তুত কৰিব বুলি টুইটযোগে প্ৰকাশ কৰে অস্কাৰ প্ৰাপ্ত সংগীতকাৰজনে ৷

আনহাতে, হিন্দী, তামিল আৰু তেলেগু তিনিটা ভাষাত 21 জুনত মুক্তি পাব বুলি সদৰী কৰে বিশিষ্ট সংগীতজ্ঞজনে ৷

etv bbarat assam
ছবি পৰিচালকৰ ৰূপত অস্কাৰ প্ৰাপক এ আৰ ৰহমান

নিউজ ডেস্ক, 11 এপ্ৰিলঃ শীঘ্ৰে পৰিচালকৰ ৰূপত প্ৰত্যক্ষ কৰিবলৈ পোৱা যাব বলিউডৰ জনপ্ৰিয় তথা মিউজিক মেষ্ট্ৰ' ৰূপে খ্যাত তথা বিশিষ্ট সংগীতজ্ঞ এ আৰ ৰহমানক৷ '99 song' শীৰ্ষক নামেৰে প্ৰেমৰ কাহিনীৰ ওপৰত ছবি প্ৰস্তুত কৰিব বুলি টুইটযোগে প্ৰকাশ কৰে অস্কাৰ প্ৰাপ্ত সংগীতকাৰজনে ৷

আনহাতে, হিন্দী, তামিল আৰু তেলেগু তিনিটা ভাষাত 21 জুনত মুক্তি পাব বুলি সদৰী কৰে বিশিষ্ট সংগীতজ্ঞজনে ৷

AR Rahman to debut as film producer

ছবি পৰিচালকৰ ৰূপত অস্কাৰ প্ৰাপক এ আৰ ৰহমান

body: নিউজ ডেস্ক, 11 এপ্ৰিলঃ শীঘ্ৰে পৰিচালকৰ ৰূপত প্ৰত্যক্ষ কৰিবলৈ পোৱা যাব বলিউডৰ জনপ্ৰিয় তথা মিউজিক মেষ্ট্ৰ' ৰূপে খ্যাত তথা বিশিষ্ট সংগীতজ্ঞ এ আৰ ৰহমানক৷ '99 song' শীৰ্ষক নামেৰে প্ৰেমৰ কাহিনীৰ ওপৰত ছবি প্ৰস্তুত কৰিব বুলি টুইটযোগে প্ৰকাশ কৰে অস্কাৰ প্ৰাপ্ত সংগীতকাৰজনে ৷ 

আনহাতে, হিন্দী, তামিল আৰু তেলেগু তিনিটা ভাষাত 21 জুনত মুক্তি পাব বুলি সদৰী কৰে বিশিষ্ট সংগীতজ্ঞজনে ৷ 

  
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.