ETV Bharat / sitara

ভাৰতীয় মহিলা ক্ৰিকেটাৰ ৰূপত অনুষ্কা শৰ্মা - বলীউড ডিভা অনুষ্কা শৰ্মা

ঝুলন গোস্বামীৰ বায়'পিকত অভিনয়ৰ বাবে কলকাতাত অনুষ্কা শৰ্মা ৷ ঝুলন গোস্বামীৰ বায়পিক শ্বুটিঙৰ বাবে কলকাতাৰ ইডেন গাৰ্ডেনত উপস্থিত হ'ল বলীউড ডিভা অনুষ্কা শৰ্মা ৷

ANUSHKA SHARMA LANDS IN KOLKATA, SHOOTS JHULAN GOSWAMI BIOPIC IN EDEN
ভাৰতীয় মহিলা ক্ৰিকেটাৰ ৰূপত অনুষ্কা শৰ্মা
author img

By

Published : Jan 11, 2020, 8:02 PM IST

চিটাৰা ডেস্ক,11 জানুৱাৰীঃ শীঘ্ৰেই অভিনেত্ৰী অনুষ্কা শৰ্মাক দেখিবলৈ পাব ভাৰতীয় মহিলা ক্ৰিকেটাৰ ৰূপত ৷ ৰিয়েল লাইফত নহ'লেও ৰিল লাইফত এইবাৰ ক্ৰিকেটাৰ ৰূপত ক্ৰিকেটাৰ পত্নী অনুষ্কা শৰ্মা ৷

মহিলা ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী গৰাকীয়ে ৷ বায়'পিকখনত শ্বুটিঙৰ বাবে কলকাতাৰ ইডেন গাৰ্ডেনত উপস্থিত হ'ল বলীউড ডিভা অনুষ্কা শৰ্মা ৷

সূত্ৰৰ দ্বাৰা জানিব পৰা মতে, অনুষ্কাই খেলৰ চিকুৱেঞ্চ কৰিবৰ বাবে উপস্থিত হৈছে কলকাতা চহৰত ৷ 11 জানুৱাৰীৰ আধা ৰাতিলৈকে চলিব শ্বুটিঙৰ কাম ৷ শ্বুটিং সম্পূৰ্ণ হ'লেই কলকাতাৰ পৰা উভতিব অনুষ্কা শৰ্মা ৷

এইখিনিতে জনাই থওঁ যে, ক্ৰিকেটাৰ ঝুলন গোস্বামীয়ে 2018 চনত অব্যাহতি ল'লে টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ৷ মহিলা ক্ৰিকেটত 'লিজেণ্ড' হিচাপে জ্ঞান কৰা হয় ঝুলন গোস্বামীক ৷ চন 2018ত মহিলা ৱান ডে ক্ৰিকেটত 200 ৰাণ কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে অভিলেখ গঢ়িছিল ঝুলন গোস্বামীয়ে ৷

লগতে পঢ়কঃজাৰ্চি ছবিৰ শ্বুটিঙৰ মাজতে আঘাতপ্ৰাপ্ত শ্বাহিদ কাপুৰ

Intro:Body:

ANUSHKA SHARMA IN KOLKATA

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.