ETV Bharat / sitara

প্ৰধানমন্ত্ৰী মোডীক 'আৰ্বান নাজী' বুলি অভিহিত কৰে অনুৰাগ কাশ্যপে

author img

By

Published : Dec 23, 2019, 8:53 PM IST

চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে নিজৰ টুইটাৰ একাউন্ট যোগে এড'ল্ফ হিটলাৰৰ এটা ভিডিঅ' প্ৰকাশ কৰি সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোডীক ৷ ভিডিঅ'ৰ কেপচনত লিখে ," মোক ঘিণ কৰা কিন্তু ভাৰতক নকৰিবা- আমাৰ বেচেৰা প্ৰধানমন্ত্ৰী আৰ্বান নাজী ৷"

anurag kashyap
অনুৰাগ কাশ্যপ

চিটাৰা ডেস্ক.23 ডিচেম্বৰঃ ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে নিজৰ বিচাৰ ব্যক্ত কৰিবৰ বাবে আশ্ৰয় লয় টুইটাৰৰ ৷
চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে টুইটাৰত এড'ল্ফ হিটলাৰৰ এটা ভিডিঅ' প্ৰকাশ কৰে ৷ য'ত এড'ল্ফ হিটলাৰে স্পষ্ট ভাষাৰে কয় যে, মই জানো মোক কোনে ঘিণ কৰে ৷ মোক ঘিণ কৰা সেইটো তোমাৰ ইচ্ছা কিন্তু জাৰ্মানীক ঘিণ নকৰিবা ৷
ভিডিঅ'টোৰ লগত অনুৰাগ কাশ্যপে কেপচনত লিখে , " মোক ঘিণ কৰা কিন্তু ভাৰতক নকৰিবা- আমাৰ বেচেৰা প্ৰধানমন্ত্ৰী আৰ্বান নাজী ৷"

anurag kashyap
অনুৰাগ কাশ্যপ
ইয়াৰোপৰি তেওঁ বহুকেইটা মোডীৰ সমালোচনাত্মক ৰিটুইট আগবঢ়ায় ৷ তেওঁ দেওবাৰে টুইটযোগ লিখে যে, "প্ৰধানমন্ত্ৰী ডাঙৰীয়া, প্ৰশাসনে সকলো ঠাইতে সাধাৰণ মানুহক মাৰ-পিট কৰিছে ৷ মানুহে হয়টো ওভতি ধৰিছে অন্যথা পলায়ন কৰিছে ৷ আৰু বহুজনৰটো মৃত্যুও হৈছে ৷ অন্ধ হোৱাটো ভাল কথা নহয় ৷ যদি সম্ভৱ হয় , কোনোবা ভাল চকু বিশেষজ্ঞৰ ওচৰত চকু দেখুৱাই ল'ব লাগে ৷ মিছা কোৱাটো বন্ধ কৰক ৷ জয় সংবিধান ৷"

Intro:Body:

ANURAG KASHYAP ON PM MODI

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.