ETV Bharat / sitara

নাতিনী আৰাধ্যাৰ সৈতে গীত বাণীবদ্ধ কৰিলে বিগ-বি অমিতাভ বচ্চনে - নাতিনী আৰাধ্যাৰ সৈতে গীত বাণীবদ্ধ বিগ বি অমিতাভ বচ্চনৰ

নাতিনী আৰাধ্যাৰ সৈতে গীত বাণীবদ্ধ বিগ-বি অমিতাভ বচ্চনৰ ৷ টুইটাৰৰ জৰিয়তে নাতিনীয়েকৰ সৈতে ষ্টুডিঅ'ৰ ফটো শ্বেয়াৰ কৰিলে অভিনেতা গৰাকীয়ে ৷ নাতিনীয়েকৰ সৈতে গীত বাণীবদ্ধ কৰা সময়ৰ ফটো শ্বেয়াৰ অভিনেতা গৰাকীৰ ৷

নাতিনী আৰাধ্যাৰ সৈতে গীত বাণীবদ্ধ কৰিলে বিগ বি অমিতাভ বচ্চনে

author img

By

Published : Dec 31, 2020, 1:46 PM IST

চিটাৰা ডেস্ক, 31 ডিচেম্বৰ: বলিউডৰ বিগ-বি খ্যাত বহুমুখী প্ৰতিভাৰ অভিনেতা অমিতাভ বচ্চনে নাতিনী আৰাধ্যা বচ্চনৰ সৈতে এটি গীত বাণীবদ্ধ কৰিছে ৷ বুধবাৰে নিশা টুইটাৰৰ জৰিয়তে 78 বৰ্ষীয় প্ৰবীণ অভিনেতা গৰাকীয়ে ষ্টুডিঅ'ত গীত বাণীবদ্ধ কৰা মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰি অনুৰাগী সকলক এই কথা জানিবলৈ দিয়ে ৷

নাতিনীয়েকৰ সৈতে ফটোখন শ্বেয়াৰ কৰি তেওঁ এইবুলি লিখে,"... tomorrow dawns ... and the celebrations begin ... but for what ... it's just another day another year ... big deal! Better off making music with the family."

  • T 3768 - ... tomorrow dawns .. and the celebrations begin .. but for what .. its just another day another year .. big deal !
    Better off making music with the family .. pic.twitter.com/6Tt9uVufbp

    — Amitabh Bachchan (@SrBachchan) December 30, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ফটোখনত দেখা গৈছে যে 9 বছৰীয়া আৰাধ্যাৰ সৈতে আৰাধ্যা পিতৃ মাতৃ ঐশ্চৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনো ষ্টুডিঅ'ত উপস্থিত আছিল ৷

টুইটাৰৰ উপৰিও ইনষ্টাগ্ৰামতো অভিনেতা গৰাকীয়ে নাতিনীয়েকৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে ৷ ইনষ্টাগ্ৰমৰ পোষ্টটোত অভিনেতা গৰাকীয়ে এইবুলি লিখিছে, "...when granddaughter and grandfather get in front of the mic in the studio and make music,"

অৱশ্যে এই গীতটি কোনো ছবিৰ নে স্পেচিয়েল কলাবৰেচন সেই বিষয়ে এতিয়াও সঠিককৈ কোনো তথ্য আহি পৰা নাই ৷

লগতে পঢ়ক:সণ্ডীপ ভাংগা ৰেড্ডীৰ নতুন ছবিত ৰনবীৰ কাপুৰৰ সৈতে দেখা যাব নেকি ছাৰা আলী খানক ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.