ETV Bharat / sitara

Prithviraj Movie Actors : পুনৰ সলনি হ’ল পৃথ্বীৰাজৰ মুক্তিৰ তাৰিখ

2017 চনত মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰা মানুষী ছিল্লাৰে বলীউডত আত্মপ্ৰকাশ (Manushi chhillar first movie) কৰিবলৈ ওলোৱা ছবিখন মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছিল (Prithviraj Movie Actors) ৷ সমান্তৰালকৈ বাৰে বাৰে সলনি হৈছে ছবিখনৰ মুক্তিৰ তাৰিখ (Prithviraj new release date) ৷ চলিত বছৰৰ জানুৱাৰীত মুক্তি পাবলগীয়া ছবিখন এতিয়া মুক্তি পাব জুনত ৷

author img

By

Published : Mar 3, 2022, 1:23 PM IST

Prithviraj
3 জুনত ছবিগৃহলৈ পৃথ্বীৰাজ

চিটাৰা ডেস্ক, 3 মাৰ্চ : অক্ষয় কুমাৰৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰিব মিছ ৱৰ্ল্ড মানুষী ছিল্লাৰে (Prithviraj Movie Actors) ৷ তেওঁৰ প্ৰথমখন চিনেমা পৃথ্বীৰাজে মুক্তি লাভ কৰিব এই বছৰতেই ৷ চলিত মাহৰ জুনত ছবিখন ছবিগৃহলৈ আহিব ৷

এতিয়ালৈকে কেইবাবাৰো সলনি হৈছে পৃথ্বীৰাজৰ মুক্তিৰ তাৰিখ ৷ জানুৱাৰীৰ পিছত ছবিখন 10 জুনত মুক্তি পোৱাৰ কথা আছিল ৷ এতিয়া ছবিখন 3 জুনত ছবিগৃহলৈ আহিব (Prithviraj new release date) ৷ অক্ষয় কুমাৰে নিজৰ ইন্ষ্টাগ্ৰামত অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে এই কথা (Akshay Kumar Prithviraj) ৷ ক’ভিড-19 ৰ বাবে কেইবাবাৰো সলোৱা হৈছিল মুক্তিৰ তাৰিখ ৷

'পৃথ্বীৰাজ' ছবিখন ৩ জুনত হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি পাব । অক্ষয় কুমাৰে ছবিখনৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছে ।

মন কৰিবলগীয়া যে, শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ত অক্ষয় কুমাৰৰ ছবি 'পৃথ্বীৰাজ' সন্দৰ্ভত এখন আবেদন দাখিল কৰা হৈছিল (Manushi chhillar first movie) । আবেদনখনত প্ৰকাশ কৰা হৈছিল যে, পৃথ্বীৰাজ এজন মহান সম্ৰাট আছিল আৰু ছবিখনৰ শিৰোনাম কেৱল 'পৃথ্বীৰাজ' ৰাখিলে ই ৰাইজৰ অনুভূতিত আঘাত হানিব ।

আবেদনখনে ছবিখনৰ নাম 'মহান সম্ৰাট পৃথ্বীৰাজ চৌহান' ৰখাৰ পৰামৰ্শ দিছিল । এই আবেদনখন ৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰী পৰিষদৰ দ্বাৰা দাখিল কৰা হৈছিল । শুনানিৰ সময়ত আবেদনকাৰীয়ে দাবী কৰিছিল যে মহান যোদ্ধা পৃথ্বীৰাজৰ নাম কোনো বিশেষণ অবিহনে চলচ্চিত্ৰখনৰ শীৰ্ষত ব্যৱহাৰ কৰা হৈছে ৷ যিয়ে মানুহৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিব ।

আবেদনখনে দাবী কৰিছিল যে, ছবিখন মহান সম্ৰাট পৃথ্বীৰাজ চৌহানৰ নামেৰে নামাকৰণ কৰা উচিত । কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে আবেদনখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ।

লগতে পঢ়ক: Ranbir Shraddha Film together: মুক্তিৰ তাৰিখ ঘোষণাৰ পিছতো নাম ঠিক হোৱা নাই শ্ৰদ্ধা ৰণবীৰ অভিনীত ছবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.