ETV Bharat / sitara

সাইলাখ অক্ষয় কুমাৰৰ দৰেই কোন এওঁ? - প্ৰতিৰূপ

বলিউড খিলাৰী অক্ষয় কুমাৰৰ বায়'পিক উলিয়ালে বিচাৰিব নালাগে অন্য চেহেৰা ৷ কিয়নো কাশ্মীৰত উলাইছে অভিনেতাজনৰ প্ৰতিৰূপ ৷

কাশ্মীৰত অক্ষয় কুমাৰৰ প্ৰতিৰূপ
author img

By

Published : Aug 30, 2019, 11:37 AM IST

নিউজ ডেস্ক,30 আগষ্টঃ ছবিজগতৰ নহয় ক্ৰিকেটৰ অনুৰাগী অক্ষয় কুমাৰ ৷ বলিউডৰ কোনোজন কলা-কুশলীৰ অনুৰাগী নহয় অক্ষয় ৷ 80 দশকৰ জনপ্ৰিয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰহে অনুৰাগী অক্ষয় ৷ কিন্তু কিয়..? আচলতে এইজন বি-টাউনৰ খিলাড়ী কুমাৰ অক্ষয় নহয় ৷ কাশ্মীৰৰ মাজিদ মিছন মংগল নামৰ ব্যক্তিজনহে ৷ বলিউড অক্ষয় কুমাৰৰ দৰে দেখিবলৈ হুবহু মাজিদ মিছন মংগল ৷

ব্যক্তিজনৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাচতে আচৰিত হৈ পৰিছে অক্ষয়ৰ অনুৰাগী ৷ যাৰ বাবে অক্ষয়ৰ প্ৰতিৰূপ গৰাকীক লৈ ছ'চিয়েল মিডিয়াত বহুজনে আগবঢ়াইছে বিভিন্ন মন্তব্য ৷

Intro:Body:আমগুৰি ব্ৰেকিং

গৌৰীসাগৰ সোনতলিছিগাত ভয়াবহ দুৰ্ঘটনা।

বন বিভাগৰ লোক কঢ়িয়াই অনা গাড়ী দুৰ্ঘটনা

ঠিতাতে নিহত চাৰিজন বনকৰ্মী । আহত দুজন

নিহত জয়াপাৰৰ প্ৰশান্ত দত্ত(ফৰেষ্ট গাৰ্ড), বিপুল হাজৰিকা (ফৰেষ্ট গাৰ্ড) , নিজাম আহমেদ(ড্ৰাইভাৰ) আৰু নাহৰকটীয়াৰ প্ৰিয়ম মেচ (ফৰেষ্ট গাৰ্ড)

গুৰুতৰভাৱৰ আহত বুবুল বৰুৱা (ৰেঞ্জাৰ) আৰু অৰ্জুনগুৰিৰ নিজামুদ্দিন আহমেদ(ফৰেষ্ট গাৰ্ড)

শিৱসাগৰ অভিমুখে বনবিভাগৰ তহলদাৰী বাহিনীৰ AS 04 টি 5737 জিপচী গাড়ীৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা দ খাৱৈত বাগৰি পৰাৰ ফলতেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

শিৱসাগৰ জিলা বন বিভাগৰ সকলোকেইজন কৰ্মচাৰী নিশা কৰ্তব্য কৰি আহি থাকোতেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাৰ পিছতেই স্থানীয় লোকে গৌৰীসাগৰ আৰক্ষীক খবৰ দিয়ে। গৌৰীসাগৰ আৰক্ষী ততাতীয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ নিহত চাৰিজনক উদ্ধাৰ কৰাৰ লগতে গুৰুতৰভাৱে আহত দুজনক শিৱসাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইতিমধ্যে গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে।

ঘটনাস্থলীত ১০৮ সেৱা বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.