ETV Bharat / sitara

কিয় শান্তি অনুভৱ কৰিছে আমিৰ খানে ?

author img

By

Published : Jul 1, 2020, 7:50 PM IST

নিগেটিভ আহিল আমিৰ খানৰ মাতৃৰ কৰ'ণা পৰীক্ষণ ৷ কেইদিন মান পূৰ্বে আমিৰ খানৰ কৰ্মচাৰীৰ আহিছিল কৰ'ণা পজিটিভ ৷ আমিৰ খানৰ মাতৃৰো কৰোৱা হৈছিল কৰ'ণা পৰীক্ষণ ৷ ফলাফল নহালৈকে অস্বস্তিত আছিল অভিনেতাগৰাকী ৷ বৰ্তমান মাতৃৰ কৰ'ণা পৰীক্ষণ নিগেটিভ অহাত স্বস্তিৰ নিশ্বাস লৈছে আমিৰ খানে ৷

Aamir khan relieved as mother tests negative for Covid-19
আমিৰ খান

চিটাৰা ডেস্ক,1জুলাইঃ চুপাৰষ্টাৰ আমিৰখানে বুধবাৰে ছ'চিয়েল মিডিয়া যোগে তেওঁৰ মাতৃৰ কৰ'ণা পৰীক্ষণ নিগেটিভ আহিছে বুলি সকলোকে জানিবলৈ দিছে ৷

  • Hello everyone, I am most relieved to inform everyone that Ammi is Covid 19 negative.
    Thank you everyone for your prayers and good wishes 🙏
    Love.
    a.

    — Aamir Khan (@aamir_khan) July 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আমিৰ খানে টুইট যোগে জনাইছে," Hello everyone, I am most relieved to inform everyone that Ammi is Covid 19 negative. Thank you everyone for your prayers and good wishes Folded hands .Love."

মঙলবাৰৰ দিনা অভিনেতাগৰাকীয়ে নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে আমিৰ খানৰ কেইগৰাকীমান কৰ্মচাৰীৰ শৰীৰত কৰ'ণা পজিটিভ অহা বুলি সকলোকে জানিবলৈ দিয়ে ৷ ততাতৈয়াকৈ কোৱাৰেন্টাইন কৰা হয় কৰ্মচাৰী কেইগৰাকীক আৰু তাৰ পিছতে মাতৃৰ কৰ'ণা পৰীক্ষণ কৰা হয় ৷

বুধবাৰে মাতৃৰ কৰ'ণা ফলাফল নিগেটিভ অহাত শান্তি অনুভৱ কৰিছে বুলি জনাইছে অভিনেতা আমিৰ খানে ৷ অভিনেতাগৰাকীৰ কামৰ কথালৈ চালে,আগন্তুক দিনত আহি আছে অভিনেতা গৰাকীৰ নতুন ছবি লাল সিং চড্ডা ৷ ছবিখনত আমিৰ খানৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে কৰীণা কাপুৰ খানে ৷

লগতে পঢ়কঃনেপ'টিজমৰ বলি হৈছিল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.