ETV Bharat / sitara

41 বছৰীয়া হ'ল ৰাণী মুখাৰ্জী

author img

By

Published : Mar 21, 2019, 9:26 AM IST

Updated : Mar 21, 2019, 10:31 PM IST

আউট অৱ ডি বক্স' চৰিত্ৰৰ বাবে জনাজাত ৰাণী মুখাৰ্জীয়ে ভৰি দিলে 41 বছৰত ৷ শক্তিশালী অভিনয়ৰে ৰাণীয়ে উপহাৰ দিছে কেইবাখনো জনপ্ৰিয় ছবি ৷

আজি ৰাণী মুখাৰ্জীৰ 41 সংখ্যক জন্মদিন

নিউজ ডেস্ক,21 মাৰ্চ : আজি বলীউডৰ মোহময়ী অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ জন্মদিন ৷ বৃহস্পতিবাৰে 41 বছৰ বয়সত ভৰি দিয়ে অভিনেত্ৰীগৰাকীয়ে ৷

আজি ৰাণী মুখাৰ্জীৰ 41 সংখ্যক জন্মদিন

বৰ্তমান চিনেমা জগতৰ পৰা আঁতৰি আছে যদিও অতি শীঘ্ৰে অনুৰাগীসকললৈ সুখবৰ লৈ আহিব অভিনেত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, বলীউডত শক্তিশালী আৰু 'আউট অৱ ডি বক্স' চৰিত্ৰৰ বাবে জনাজাত অভিনেত্ৰীগৰাকী ৷

Last Updated : Mar 21, 2019, 10:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.