ETV Bharat / science-and-technology

ঘোষণা হ‘ল ৰসায়ন বিজ্ঞানত 2020ৰ বাবে নোবেল পুৰস্কাৰ

author img

By

Published : Oct 7, 2020, 4:51 PM IST

Updated : Feb 16, 2021, 7:31 PM IST

এই পুৰস্কাৰৰ দ্বাৰা সেইবোৰ কামক সন্মানিত কৰা হয় যিবোৰ কাম আজিৰ তাৰিখত বিস্তৃত ৰূপত ব্যৱহাৰ হৈ আছে ৷ ঠিক একেদৰে বিগত বৰ্যত লিথিয়াম-আয়ন বেটাৰী প্ৰস্তুত কৰা বৈজ্ঞানিক সকলক নোবেল পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল ৷

nobel-prize-for-chemistry-awarded-for-genome-editing-development
ঘোষণা হ‘ল ৰসায়ন বিজ্ঞানত 2020ৰ বাবে নোবেল পুৰস্কাৰ

নিউজ ডেস্ক, 7 অক্টোবৰ: ঘোষণা হ‘ল ৰসায়ন বিজ্ঞানত 2020 ৰ বাবে নোবেল পুৰস্কাৰ ৷ দুগৰাকীকৈ বৈজ্ঞানিকক চলিত বৰ্ষত এই সন্মানেৰে সন্মানিত কৰা হয় ৷ ষ্ট‘কহোমত চুইডিছ একাডেমী অৱ চাইঞ্চেজৰ এক পেনেলে বিজেতাসকলৰ ঘোষণা কৰে ৷ চুইডিছ একাডেমী অৱ চাইঞ্চেজৰ ফালৰ পৰা মঙলবাৰে জনোৱা তথ্য অনুসৰি,ব্ৰিটেইনৰ ৰৌজৰ পেনৰোছক ব্লেক হ‘ল সম্বন্ধীয় অনুসন্ধানৰ বাবে তথা জাৰ্মানীৰ ৰিনহাড গেংজেল আৰু আমেৰিকাৰ এণ্ড্ৰিয়া গেজক চুপাৰমেছিব ক‘মপেক্ট অবজেক্টৰ অনুসন্ধানৰ বাবে উক্ত পুৰস্কাৰ প্ৰদান কৰা হয় ৷ নোবেল পুৰস্কাৰত স্বৰ্ণ পদক,এক কোটি চুইডিছ ক্ৰোণা (প্ৰায় 8.20 কোটি টকা)ৰ ধনৰাশি প্ৰদান কৰা হয় ৷

এই পুৰস্কাৰৰ দ্বাৰা সেইবোৰ কামক সন্মানিত কৰা হয় যিবোৰ কাম আজিৰ তাৰিখত বিস্তৃত ৰূপত ব্যৱহাৰ হৈ আছে ৷ ঠিক একেদৰে বিগত বৰ্যত লিথিয়াম-আয়ন বেটাৰী প্ৰস্তুত কৰা বৈজ্ঞানিক সকলক নোবেল পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল ৷

লগতে পঢ়ক: পৃথক পতাকা নাকচ কৰি কেন্দ্ৰই চূড়ান্ত কৰিলে নাগা শান্তি চুক্তিৰ খচৰা

Last Updated : Feb 16, 2021, 7:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.