ETV Bharat / science-and-technology

Redmi Smartphone: 210W ফাষ্ট চাৰ্জিঙৰ সৈতে মুকলি হ'ব Redmiৰ নতুন Smartphone - ৰেডমি নোট ১২ ছিৰিজ

স্মাৰ্টফোনৰ জগতত আজি বিগ বেং কৰিবলৈ ওলাইছে Redmiয়ে । আজি কোম্পানীটোৱে ৰেডমি নোট ১২ ছিৰিজ মুকলি কৰিব । এই ছিৰিজৰ অধীনত ২১০ৱাট ফাষ্ট চাৰ্জিং সমৰ্থন কৰা ৰেডমি নোট ১২ এক্সপ্ল’ৰাৰো মুকলি কৰা হ’ব ।

Redmi Note 12 Explorer To Feature 210W Fast Charging Support
210 ৱাটৰ চাৰ্জিঙৰ সৈতে Redmiয়ে মুকলি কৰিব Redmi Note 12
author img

By

Published : Oct 27, 2022, 12:51 PM IST

নিউজ ডেস্ক, 27 অক্টোবৰ: স্মাৰ্টফোনৰ জগতত আজি বিগ বেং কৰিবলৈ ওলাইছে Redmiয়ে । আজি কোম্পানীটোৱে ৰেডমি নোট ১২ ছিৰিজ মুকলি কৰিব । এই ছিৰিজৰ অধীনত ২১০ৱাট ফাষ্ট চাৰ্জিং সমৰ্থন কৰা Redmi Note 12 এক্সপ্ল’ৰাৰো মুকলি কৰা হ’ব(Redmi new Smartphone) । ই হ’ব বিশ্বৰ প্ৰথমটো স্মাৰ্টফোন যিয়ে ২১০ৱাট ফাষ্ট চাৰ্জিং প্ৰদান কৰিব। উৰাবাতৰি প্ৰচাৰ হৈছে যে কোম্পানীয়ে এই ফোনটোত 4300mAh ৰ বেটাৰী দিব, যিটো 210W চাৰ্জিঙৰ সৈতে 9 মিনিটত সম্পূৰ্ণ চাৰ্জ হ’ব । এই Redmi ফোনটো চীনত লঞ্চ হ’বলৈ গৈ আছে(Redmi Note 12 Explorer Edition) । ইয়াৰ পিছত ভাৰতকে ধৰি অন্যান্য বজাৰত ইয়াক মুকলি কৰিব পৰা যাব(Redmi Smartphone)।

ফোনটোত কোম্পানীটোৱে ৬.৭ ইঞ্চিৰ Full HD + AMOLED ডিছপ্লে দিব পাৰে । এই ডিছপ্লে ১২০ হাৰ্টজৰ ৰিফ্ৰেছ ৰেট আৰু ১০-বিট ৰঙৰ সৈতে আহিব পাৰে । ফোনটো ৮ জিবি ৰেম আৰু ২৫৬ জিবি ইণ্টাৰনেল ষ্ট’ৰেজৰ একক ভেৰিয়েন্টত আহিব পাৰে । প্ৰচেছৰ হিচাপে ইয়াত Dimensity 1080 চিপছেট দিয়া হ’ব । ফটোগ্ৰাফীৰ বাবে ফোনটোৰ পিছফালে LED ফ্লেছৰ সৈতে তিনিটা কেমেৰা উপলব্ধ হ’ব । এইবোৰত ২০০ মেগাপিক্সেলৰ প্ৰাইমাৰী কেমেৰা আৰু ২ মেগাপিক্সেলৰ মেক্ৰ’ স্নেপাৰৰ সৈতে এটা ৮ মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড এংগল কেমেৰা দিব পাৰি(Redmi Note 12 Explorer Edition) ।

একে সময়তে কোম্পানীটোৱে চেলফিৰ বাবে এই ফোনটোত 16 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা আগবঢ়াব পাৰে । Redmiৰ এই নতুন ফোনটোৱে Android 12 ৰ ওপৰত ভিত্তি কৰি MIUI 12 ত কাম কৰিব । ফোনটোৰ দামৰ বিষয়ে নিশ্চিতভাৱে একো ক’ব নোৱাৰি । অৱশ্যে এই ছিৰিজৰ আটাইতকৈ দামী ফোনটো হ’ব বুলি ধাৰণা কৰা হৈছে । Redmi Note 12 Explorer Edition কেৱল Midnight Dark ৰঙৰ বিকল্পতহে আহিব পাৰিব ।

ফোনটোত কোম্পানীটোৱে 6.7 ইঞ্চিৰ Full HD + AMOLED ডিছপ্লে দিব পাৰে । এই ডিছপ্লে ১২০ হাৰ্টজৰ ৰিফ্ৰেছ ৰেট আৰু 10-বিট ৰঙৰ সৈতে আহিব পাৰে । ফোনটো ৮ জিবি ৰেম আৰু 256 জিবি ইণ্টাৰনেল ষ্ট’ৰেজৰ একক ভেৰিয়েন্টত আহিব পাৰে । প্ৰচেছৰ হিচাপে ইয়াত Dimensity 1080 চিপছেট দিয়া হ’ব । ফটোগ্ৰাফীৰ বাবে ফোনটোৰ পিছফালে LED ফ্লেছৰ সৈতে তিনিটা কেমেৰা উপলব্ধ হ’ব । এইবোৰত 200 মেগাপিক্সেলৰ প্ৰাইমাৰী কেমেৰা আৰু ২ মেগাপিক্সেলৰ মেক্ৰ’ স্নেপাৰৰ সৈতে এটা ৮ মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড এংগল কেমেৰা দিব পাৰি ।

একে সময়তে কোম্পানীটোৱে চেলফিৰ বাবে এই ফোনটোত 16 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা আগবঢ়াব পাৰে । Redmi ৰ এই নতুন ফোনটোৱে Android 12 ৰ ওপৰত ভিত্তি কৰি MIUI 12 ত কাম কৰিব । ফোনটোৰ দামৰ বিষয়ে নিশ্চিতভাৱে একো ক’ব নোৱাৰি । অৱশ্যে এই ছিৰিজৰ আটাইতকৈ দামী ফোনটো হ’ব বুলি ধাৰণা কৰা হৈছে । Redmi Note 12 Explorer Edition কেৱল Midnight Dark ৰঙৰ বিকল্পতহে আহিব পাৰিব ।

লগতে পঢ়ক: Apple's announcement: শীঘ্ৰেই USB Type-C প’ৰ্টৰ সৈতে মুকলি হ'ব iPhoneৰ নতুন মডেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.