ETV Bharat / science-and-technology

Google meet new feature: ভিডিঅ’ কলৰ বাবে Google Meetত সংযোজিত হ'ল নতুন বৈশিষ্ট্য - টেক জায়ান্ট গুগল

টেক জায়ান্ট গুগলে ভিডিঅ’সমূহ স্বয়ংক্ৰিয়ভাৱে ফ্ৰেম কৰি ভিজুৱেলিটি অভিজ্ঞতা উন্নত কৰিবলৈ গুগল মিট ব্যৱহাৰকাৰীসকলৰ বাবে এক নতুন ফিচাৰৰ বিষয়ে ঘোষণা কৰিছে । এটা ব্লগপোষ্টত কোম্পানীটোৱে কয় যে, কোনো ব্যৱহাৰকাৰীয়ে এখন সভাত যোগদান কৰাৰ পূৰ্বে গুগল মিটে (Google Meet to automatically zoom in on your face) স্বয়ংক্ৰিয়ভাৱে ভিডিঅ’টো ফ্ৰেম কৰি সকলোকে সমানে চোৱাটো নিশ্চিত কৰিব(Google meet new feature)।

Google Meet to automatically zoom in on your face google meet new feature
ভিডিঅ’ কলৰ বাবে Google Meetত সংযোজিত হ'ল নতুন ‘Automatic’ বৈশিষ্ট্য
author img

By

Published : Oct 18, 2022, 11:06 AM IST

নেশ্যনেল ডেস্ক, 18 অক্টোবৰ: টেক জায়ান্ট গুগলে ভিডিঅ’সমূহ স্বয়ংক্ৰিয়ভাৱে ফ্ৰেম কৰি ভিজুৱেলিটি অভিজ্ঞতা উন্নত কৰিবলৈ গুগল মিট ব্যৱহাৰকাৰীসকলৰ বাবে এক নতুন ফিচাৰৰ বিষয়ে ঘোষণা কৰিছে । এটা ব্লগপোষ্টত কোম্পানীটোৱে কয় যে, কোনো ব্যৱহাৰকাৰীয়ে এখন সভাত যোগদান কৰাৰ পূৰ্বে গুগল মিটে (Google Meet to automatically zoom in on your face) স্বয়ংক্ৰিয়ভাৱে ভিডিঅ’টো ফ্ৰেম কৰি সকলোকে সমানে চোৱাটো নিশ্চিত কৰিব(Google meet new feature)।

Meetingৰ বিষয়বস্তুৰ পৰা দৃষ্টি আঁতৰাই নিব পৰা কোনো ধৰণৰ বাধা-বিঘিনি দেখিবলৈ পোৱা নাযাব কাৰণ অটোমেটিক ফ্ৰেমিং মাত্ৰ এবাৰহে হয় । কিন্তু ভিডিঅ’টো যিকোনো সময়তে মেনুৱেলি ৰিফ্ৰেম কৰিব পাৰি । এই বৈশিষ্ট্যৰ(Feature) কোনো ব্যৱস্থাপক নিয়ন্ত্ৰণ নাই । Default ৰূপত, এই Function নিষ্ক্ৰিয় কৰা হ'ব, অৱশ্যে, ইয়াক ব্যৱহাৰকাৰীৰ দ্বাৰা আৰম্ভ কৰিব পৰা যাব ।

কোম্পানীটোৱে জনোৱা মতে, ২ নৱেম্বৰৰ পৰা এই নতুন ফিচাৰ আৰম্ভ হ’ব । এই বৈশিষ্ট্য প্ৰথমবাৰৰ বাবে ঘোষণা কৰা হৈছিল Google Cloud Next 2022ৰ সময়ত । ইয়াৰ পূৰ্বে কোম্পানীটোৱে Meet ফিচাৰ ঘোষণা কৰিছিল যিয়ে ব্যৱহাৰকাৰীয়ে স্পেচবাৰ Button প্ৰেছ কৰি নিজকে আনম্যুট কৰিবলৈ সক্ষম কৰে আৰু ইয়াক মুকলি কৰি পুনৰ নিজকে ম্যুট কৰিবলৈ সক্ষম কৰে ।

গুগলে কয় যে, ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীসকলে ক’বলগীয়া কিবা এটা দ্ৰুতভাৱে আনম্যুট কৰি তেওঁলোকৰ সভাত অংশগ্ৰহণ কৰাত সহজ হ’ব । কোম্পানীটোৱে কয়, "এই বৈশিষ্ট্যই এনে পৰিস্থিতিত সহায় কৰে য'ত আপুনি নিজকে আনম্যুট কৰাৰ পিছত পুনৰ ম্যুট কৰিবলৈ পাহৰি যায় । এই বৈশিষ্ট্য ডিফল্টভাৱে অফ হৈ থাকে আৰু ইয়াক Google meet ছেটিংছত সক্ৰিয় কৰিব পাৰি ।"

কোম্পানীটোৱে জনোৱা মতে, গুগল মিট হাৰ্ডৱেৰ ডিভাইচৰ বাবে ‘হেই গুগল ভইচ কণ্ট্ৰ’ল’ এ কৰা কামৰ পৰিৱৰ্তন কৰিছে(Hey Google Voice Control)। এই আপডেটৰ জৰিয়তে Google Assistant কেৱল তেতিয়াহে সক্ৰিয় কৰা হ’ব যেতিয়া কোনো ডিভাইচ সভাত নাথাকিব ।

লগতে পঢ়ক: Sumati Sehgal Lenovo Tablets Smart and Devices Head: লেন’ভ’ৰ টেবলেট-স্মাৰ্ট ডিভাইচৰ নতুন মুৰব্বী সুমতী ছেহগাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.