ETV Bharat / lifestyle

ঐতিহাসিক মহাভৈৰৱ মন্দিৰ - মহাভৈৰৱ মন্দিৰ

দ্বাপৰ যুগত শিৱভক্ত বাণৰজাই নিৰ্মাণ কৰিছিল এই বিখ্যাত শিৱ মন্দিৰ

ঐতিহাসিক মহাভৈৰৱ মন্দিৰ
author img

By

Published : Feb 28, 2019, 10:29 PM IST

Updated : Feb 28, 2019, 10:42 PM IST

ইতিহাসৰ বহু-ঘটনা পৰিঘটনাৰ সাক্ষী তেজপুৰ চহৰ।বহু কীৰ্তিচিহ্নই সজীৱ কৰি ৰাখিছে এই চহৰৰ ঐতিহ্য আৰু সংস্কৃতি।

ঐতিহাসিক মহাভৈৰৱ মন্দিৰ
সেইসমূহৰ ভিতৰতঐতিহাসিক মহাভৈৰৱ মন্দিৰঅন্যতম।প্ৰবাদ অনুসৰি দ্বাপৰ যুগত শিৱভক্ত বাণৰজাই নিৰ্মাণ কৰিছিল এই বিখ্যাত শিৱ মন্দিৰ।
ETV BHARAT ASSAM
ঐতিহাসিক মহাভৈৰৱ মন্দিৰ
নিতৌ নৌকাৰে জীয়াভৰলী নৈ পাৰ হৈ বাণৰজাই পূজা কৰিছিল এই মন্দিৰত।
ETV BHARAT ASSAM
ঐতিহাসিক মহাভৈৰৱ মন্দিৰ

ইতিহাসৰ বহু-ঘটনা পৰিঘটনাৰ সাক্ষী তেজপুৰ চহৰ।বহু কীৰ্তিচিহ্নই সজীৱ কৰি ৰাখিছে এই চহৰৰ ঐতিহ্য আৰু সংস্কৃতি।

ঐতিহাসিক মহাভৈৰৱ মন্দিৰ
সেইসমূহৰ ভিতৰতঐতিহাসিক মহাভৈৰৱ মন্দিৰঅন্যতম।প্ৰবাদ অনুসৰি দ্বাপৰ যুগত শিৱভক্ত বাণৰজাই নিৰ্মাণ কৰিছিল এই বিখ্যাত শিৱ মন্দিৰ।
ETV BHARAT ASSAM
ঐতিহাসিক মহাভৈৰৱ মন্দিৰ
নিতৌ নৌকাৰে জীয়াভৰলী নৈ পাৰ হৈ বাণৰজাই পূজা কৰিছিল এই মন্দিৰত।
ETV BHARAT ASSAM
ঐতিহাসিক মহাভৈৰৱ মন্দিৰ
Intro:PAKAGE STORY SPECIAL

তেজপুৰ: মঠ মন্দিৰ সমূহ নিৰ্মাণ কৰা হৈছিল খ্ৰীষ্টীয় ৮ৰ পৰা১০ ৰ ভিতৰত । সেই সময়ৰ সালস্তম্ভিয়া ৰজাৰ দিনত । এই বিষয়ে পুৰাত্ত্ব বিভাগত উল্লেখ আছে। Starting PTC in entry gate .
এটা জাগ্ৰত শিৱ মন্দিৰ অৱস্থিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত শোণিতপুৰ জিলাৰ সদৰ ঠাই তেজপুৰত যিটো এছিয়াৰ ভিতৰতে সৰ্বাধিক বৃহৎ শিৱ লিংগ বুলি শ্ৰীকৃতি আছে ।
ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মুৰাজী দেশাই ইয়াত উপস্থিত হৈ কৈছিল যে সকলো শিৱ মন্দিৰ ভ্ৰমণ কৰি কৈছিল এইটোৱেই এছিয়া মহাদেশৰ ভিতৰত বৃহৎ শিৱ লিংগ ।



Body:হয় আপুনি ঠিকেই ভাবিছে আমি কবলৈ ওলাইছোঁ তেজপুৰ চহৰৰ মহা ভৈৰব শিৱ মন্দিৰ কথা ।বলি ৰজাৰ পুত্ৰ বানা সুৰৰ হাতত নিৰ্মাণ হোৱা এই মন্দিৰৰ লিঙ্গ সৰ্বজনবিড ।বান ৰজাই ৰাজত্ব কালত তেওঁৰ ৰাজধানী চাৰিদূবাৰৰ পৰা নিতৌ ইয়াত পূজা অৰ্চনা কৰিবলৈ নৌকাৰে জীয়া ভৰলী নদী ৰে আহিছিল ।
বানৰ জীয়ৰী উষা ই কাষৰে এটা স্থানত পূজা অৰ্চনা কৰিছিল বুলি প্ৰবাদ আছে ।
Byte: পূজাৰী ।
জীয়া শিল ৰ এই লিংকটো প্ৰত্যেক বছৰে বাঢ়ি অহা পৰিলক্ষিত হৈছে ।
শিৱ ৰাত্রী সমাগত ,এই সময়ত বিভিন্ন ঠাইৰ ভক্তই নিজৰ মানো বাঞ্চনীয় পূৰণ কৰিবলৈ ইয়াত পূজা অৰ্চনা কৰে ।


Conclusion:মন্দিৰৰ যি প্ৰথম অৱস্থাত প্ৰদৰ্শিত আছিল সালস্তম্ভিয়া সাম্ৰাজ্যৰ পিছত১৮৯৭ চনত ভূঁই কঁপৰ পিছত ইয়াৰ শিলা ন্যাস সমূহ সিঁচৰতি হৈ পৰে আৰু তাৰ প্ৰমাণ মন্দিৰ অৱস্থিত শিল সমূহ ,পিছত এই মন্দিৰ আহোম ৰজাৰ দিনৰ পুণৰ নিৰ্মাণ কৰা হয় ।
PTC End।

প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম, তেজপুৰ।
২৮/২/১৯
Last Updated : Feb 28, 2019, 10:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.