ৰঙিয়া, 14 এপ্ৰিল: বিহু উপলক্ষে ৰঙিয়াত শোভাযাত্ৰাত অংশ ললে সকলোৱে ৷ চাওঁতে চাওঁতে হেপাঁহৰ ৰঙালী বিহুটি পালেহি । ৰঙিয়াতো বৈছে ৰঙালী বিহুৰ উছাহৰ ধৌ । পুৱাৰ বৰষুণ জাকে ধুই চাফা কৰি নিয়াৰ পিছত সকলোৰে মন ফৰকাল । মুগাৰ মেখেলা চাদৰ পিন্ধি ওলাই আহিল জাক জাক গাভৰু ছোৱালী, পিছপৰি ৰোৱা নাই ডেকাসকলো । পূৱ ৰঙিয়া খৈৰাবাৰীৰ ফুট গধূলি সংঘৰ সৌজন্যত আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰাত অংশ ললে শতাধিকে । সকলোৱে জাতীয় পোছাক পৰিধান কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি জাতীয় সমন্বয়ৰ উদাহৰণ দাঙি ধৰে ।
বিহু উপলক্ষে ৰঙিয়াত শোভাযাত্ৰা - RANGIYA
পূৱ ৰঙিয়া খৈৰাবাৰীৰ ফুট গধূলি সংঘৰ সৌজন্যত আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰাত অংশ ললে শতাধিকে । সকলোৱে জাতীয় পোছাক পৰিধান কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি জাতীয় সমন্বয়ৰ উদাহৰণ দাঙি ধৰে ।
ৰঙিয়া, 14 এপ্ৰিল: বিহু উপলক্ষে ৰঙিয়াত শোভাযাত্ৰাত অংশ ললে সকলোৱে ৷ চাওঁতে চাওঁতে হেপাঁহৰ ৰঙালী বিহুটি পালেহি । ৰঙিয়াতো বৈছে ৰঙালী বিহুৰ উছাহৰ ধৌ । পুৱাৰ বৰষুণ জাকে ধুই চাফা কৰি নিয়াৰ পিছত সকলোৰে মন ফৰকাল । মুগাৰ মেখেলা চাদৰ পিন্ধি ওলাই আহিল জাক জাক গাভৰু ছোৱালী, পিছপৰি ৰোৱা নাই ডেকাসকলো । পূৱ ৰঙিয়া খৈৰাবাৰীৰ ফুট গধূলি সংঘৰ সৌজন্যত আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰাত অংশ ললে শতাধিকে । সকলোৱে জাতীয় পোছাক পৰিধান কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি জাতীয় সমন্বয়ৰ উদাহৰণ দাঙি ধৰে ।
লগতে বড়োসকলেও জাতীয় পোছাক পিন্ধি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিজাতীয় সমন্বয়ৰ উদাহৰণ দাঙি ধৰিলে। bite:- কৰ্মকৰ্তাConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা