ETV Bharat / jagte-raho

সামাজিক দুৰত্ব আৰোপ কৰাৰ বাবেই আৰক্ষীক আক্ৰমণ

author img

By

Published : Apr 9, 2020, 11:26 AM IST

হায়দৰাবাদত আৰক্ষীক আক্ৰমণ কৰি আটক হয় দুজনকৈ যুৱক ৷ কৰ’ণা ভাইৰাছৰ সংকটৰ মাজতে দেশব্যাপী আৰোপ কৰা লকডাউনৰ সময়ছোৱাত সামাজিক দুৰত্ব নমনাৰ বাবেই আৰক্ষীয়ে যুৱক দুজনক প্ৰশ্ন কৰিছিল আৰু তাতেই খৰ্গহস্ত হৈ আৰক্ষীক আক্ৰমণ কৰে দুয়োজন যুৱকে ৷

সামাজিক দুৰত্ব আৰোপ কৰাৰ বাবেই আৰক্ষীক আক্ৰমণ
সামাজিক দুৰত্ব আৰোপ কৰাৰ বাবেই আৰক্ষীক আক্ৰমণ

নিউজ ডেস্ক, 9 এপ্ৰিলঃ সমগ্ৰ দেশযুৰি চলি থকা লকডাউনৰ মাজতে দেশৰ বিভিন্ন স্থানত আক্ৰমণ কৰা হৈছে আৰক্ষী আৰু স্বাস্থ্যকৰ্মীক ৷ শেহতীয়াকৈ হায়দৰাবাদত আৰক্ষীক আক্ৰমণ কৰি আটক হয় দুজনকৈ যুৱক ৷ লকডাউনৰ সময়ছোৱাত সামাজিক দুৰত্ব ভংগ কৰি আৰক্ষীৰ প্ৰশ্নৰ সন্মুখীন হৈছিল যুৱক দুজন ৷ ইয়াতেই খৰ্গহস্ত হৈ আৰক্ষীক আক্ৰমণ কৰে যুৱক দুজনে ৷

ঘটনাটো সংঘটিত হয় এটা বেংকত ৷ তেলেংগানাৰ ৰাজ্য চৰকাৰে প্ৰদান কৰা আৰ্থিক সাহাৰ্য সংগ্ৰহ কৰিব ৷ যুৱক দুজনৰ প্ৰহাৰত দুয়োগৰাকী আৰক্ষীকে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পৰ্যায়ৰ দল উপস্থিত হোৱাৰ লগতে অভিযুক্ত দুয়োগৰাকী যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আটক কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.