ETV Bharat / jagte-raho

আগে-আগে চোৰ পাচে-পাচে পুলিচঃ গোলাঘটত পুলিচৰ বিলৈ

একেটা সন্ধিয়াতে আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই কৰা চোৰৰ এই অতপালিয়ে চিন্তিত কৰিছে গোলাঘাট বাসীক । চোৰ পুলিচৰ এই লুকা-ভাকু খেলৰ পৰিণাম ভোগ কৰিব লগা হৈছে সাধাৰণ জনতাই

author img

By

Published : May 25, 2019, 10:51 PM IST

Updated : May 25, 2019, 11:15 PM IST

চোৰৰ অতপালিয়ে টোপনি হৰিছে গোলাঘাট আৰক্ষীৰ

গোলাঘাট, 25 মে': গোলাঘাট নগৰত চোৰৰ সন্ত্ৰাস । চোৰৰ অতপালিত টোপনি হৰিল আৰক্ষী আৰু গৃহস্থৰ । শুকুৰবাৰে সন্ধিয়া প্ৰায় দুঘণ্টা সময়ৰ ভিতৰত চাৰিটা ঘৰত প্ৰৱেশ কৰে চোৰে । উল্লেখ্য যে, গোলাঘাট চন্দন নগৰৰ বাসিন্দা তথা সাংবাদিক ঋতুৰাজ বৰুৱাৰ AS_05_L_4525 নম্বৰৰ এনফিল্ড বুলেট খনৰ হেণ্ডেলৰ তলা ভঙা দৃশ্য বন্দী হৈ ৰল চি চি টি ভি কেমেৰাত । অৱশ্যে ঋতুৰাজৰ বুলেট খন নিব নোৱাৰিলে চোৰে । তলা ভাঙি কিছূ দূৰ চোচৰাই নিয়াৰ পিছতে এৰি থৈ পলায়ন কৰে চোৰ । ঋতুৰাজৰ ঘৰত আৰক্ষীয়ে তদন্ত চলাই থকা অৱস্থাতে কিছু দূৰত অৱস্থিত বিমান বৰাৰ ঘৰৰ চোতালৰ পৰাই চুৰি কৰি নিলে তেওঁৰ AS_05_K_3709 নম্বৰৰ বুলেট খন ।

চোৰৰ অতপালিয়ে টোপনি হৰিছে গোলাঘাট আৰক্ষীৰ

বাইক লৈ চোৰ উধাও হোৱা খবৰ লাভ কৰি পুনৰ গোলাঘাট আৰক্ষীয়ে বিমান বৰাৰ ঘৰৰ পৰা মটৰ চাইকেল চুৰি কৰা ঘটনাৰ তদন্ত চলাবলৈ যোৱাৰ সময়তে ধনশিৰি পাৰৰ পাৰ্থ প্ৰতীম হাজৰিকাৰ ঘৰত চোৰৰ প্ৰৱেশ । অৱশ্যে পাৰ্থ প্ৰতীমৰ NL_07_R_7575 নম্বৰৰ বুলেট খনৰো তলা ভাঙি চোৰে নিবলৈ চেষ্টা কৰে যদিও বিফল হয় । ঠিক সেই সময়তে মিশ্যনপট্ৰিৰ জি, সাহাৰ ঘৰত চোৰৰ প্ৰৱেশ । সাহাৰ AS_05_L_1600 নম্বৰৰ বুলেটখন লৈ উধাও হয় চোৰ । একেটা সন্ধিয়াতে আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই কৰা চোৰৰ এই অতপালিয়ে চিন্তিত কৰিছে গোলাঘাট বাসীক । চোৰ পুলিচৰ এই লুকা ভাকু খেলৰ পৰিণাম ভোগ কৰিব লগা হৈছে সাধাৰণ জনতাই ৷

Golaghat.25.05.2019
slug : as_glt_bike thief terror_vis_byte_7205572
O.C. গোলাঘাট পুলিচক চেলেঞ্জ চোৰৰ। একেদিনাই চাৰিখন মটৰ চাইকেল চুৰিৰ চেষ্টা কৰি চোৰৰ সন্ত্ৰাস। দুটা পৰিয়ালৰ চোতালৰ পৰাই নিলে দুখন বুলেট, অৱশ্যে দুখনৰ লক ভাঙি চুৰিৰ চেষ্টা চলাই সফল নহল চোৰ।
V.O. গোলাঘাট নগৰত এতিয়া চোৰৰ সন্ত্ৰাস। চোৰৰ অতপালিত টোপনি হৰিছে আৰক্ষী আৰু গৃহস্থৰ। শুকুৰবাৰে সন্ধিয়া প্ৰায় দুঘণ্টা সময়ৰ ভিতৰত চাৰিটা পৰিয়ালত প্ৰৱেশ চোৰৰ। গোলাঘাট চন্দন নগৰৰ বাসিন্দা তথা সাংবাদিক ঋতুৰাজ বৰুৱাৰ গৃহত প্ৰৱেশ চোৰৰ। ঘৰৰ ভিতৰত ঋতুৰাজসহ পৰিয়াল থকা অৱস্থাতে মটৰ চাইকেল চুৰি কৰাৰ চেষ্টা বন্দী হৈ ৰল চি চি টি ভি কেমেৰাত। ঋতুৰাজৰ AS_05_L_4525 নম্বৰৰ এনফিল্ড বুলেট খনৰ হেণ্ডেলৰ তলা ভঙা দৃশ্য বন্দী হৈ ৰল চি চি টি ভি কেমেৰাত। অৱশ্যে ঋতুৰাজৰ বুলেট খন নিব নোৱাৰিলে চোৰে। তলা ভাঙি কিছূ দূৰ চোচৰাই নিয়াৰ পিছতে এৰি থৈ পলায়ন কৰে মৰ সাহসী চোৰে। ঋতুৰাজৰ ঘৰত আৰক্ষীয়ে তদন্ত চলাই থকা অৱস্থাতে কিছু দুৰত অৱস্থিত বিমান বৰাৰ ঘৰৰ চোতালৰ পৰাই চুৰি কৰি নিলে তেওঁৰ AS_05_K_3709 নম্বৰৰ বুলেট খন। বাইক লৈ চোৰ উধাও হোৱা খবৰ লাভ কৰি পুনৰ গোলাঘাট আৰক্ষীয়ে বিমান বৰাৰ ঘৰৰ পৰা মটৰ চাইকেল চুৰি ঘটনাৰ তদন্ত চলাবলৈ যোৱাৰ সময়তে ধনশিৰি পাৰৰ পাৰ্থ প্ৰতীম হাজৰিকাৰ ঘৰত চোৰৰ প্ৰৱেশ। অৱশ্যে পাৰ্থ প্ৰতীমৰ NL_07_R_7575 নম্বৰৰ বুলেট খনৰো তলা ভাঙি চোৰে নিবলৈ চেষ্টাকৰে যদিও বিফল হয়। ঠিক একে সময়তে মিশ্যনপট্ৰিৰ জি, সাহাৰ ঘৰত চোৰৰ প্ৰৱেশ। সাহাৰ AS_05_L_1600 নম্বৰৰ বুলেটখন লৈ উধাও হয় চোৰ। একেটা সন্ধিয়াতে আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই চোৰৰ অতপালিয়ে চিন্তিত কৰিছে গোলাঘাট বাসীক। চোৰ পুলিচৰ এই লুকা ভাকু খেলৰ পৰিণাম ভোগ কৰিব লগা হৈছে সাধাৰণ জনতা। 
Byte_1_ঋতুৰাজ বৰুৱা
Byte_2_বিমান বৰাৰ আত্মীয়।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ, Etv Bharat অসম।
Feed send by ftp.

Last Updated : May 25, 2019, 11:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.