ETV Bharat / jagte-raho

টকাৰ বিনিময়ত জব্দকৃত কাঠভৰ্তি ট্ৰাক এৰি দিয়াৰ অভিযোগ কাছাৰ ডিএফঅ'ৰ বিৰুদ্ধে

কাছাৰ ডিএফঅ' সানি দেও চৌধুৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৷ ১২ লাখ টকাৰ বিনিময়ত বন বিভাগে জব্দ কৰা তিনিখন চেগুন কাঠ ভৰ্তি ট্ৰাক এৰি দিয়াৰ অভিযোগ ডিএফঅ' চৌধুৰীৰ বিৰুদ্ধে ৷

জব্দকৃত কাঠভৰ্তি ট্ৰাক এৰি দিয়াৰ অভিযোগ কাছাৰ ডিএফঅ'ৰ বিৰুদ্ধে
author img

By

Published : Aug 29, 2019, 3:34 PM IST

কাছাৰ,29আগষ্টঃ যোৱা ৬ আগষ্টৰ নিশা কাছাৰ জিলাৰ নতুন বজাৰত কাছাৰ বন বিভাগে মিজোৰামৰ পৰা অহা As01Fc 8256, NL01Ac 0685 আৰু NL01Ad 5612 নম্বৰৰ তিনিখন অবৈধ চেগুন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিছিল ৷ এই জব্দকৃত তিনিখন গাড়ীৰ পৰা ২০ লাখ টকাৰ প্ৰায় চাৰি হাজাৰ CFT কাঠ জব্দ কৰিছিল বনবিভাগে ৷ উল্লেখ্য যে গুৱাহাটীৰ বিজয় আগৰৱালা নামৰ এজন লোকৰ কাঠসমূহ কঢ়িয়াই অনা ট্ৰাককেইখন মিজোৰামৰ পৰা গুৱাহাটী যোৱাৰ কথা আছিল ৷ কিন্তু ৰহস্যজনক ভাবে ১২ লাখ টকাৰ বিনিময়ত এই তিনিখন ট্ৰাক এৰি দিয়াৰ এক অভিযোগ উঠিছে ডিএফঅ' সানি দেও চৌধুৰীৰ বিৰুদ্ধে ৷ এই অভিযোগ উত্থাপন কৰিছে বিজয় আগৰৱালাৰ এজন ঘনিষ্ঠই ৷ তেওঁৰ অভিযোগ অনুসৰি তিনিখন ট্ৰাক এৰি দিয়াৰ বাবদ ডিএফঅ' চৌধুৰীয়ে ১৫ লাখ টকা দাবী কৰে ৷ কিন্তু তেওঁ বিজয় আগৰৱালাৰ নিৰ্দেশত 12 লাখ টকাতে তিনিওখন ট্ৰাক এৰি দিয়াৰ বাবে ডিএফঅ' চৌধুৰীক মান্তি কৰায় ৷ ইপিনে এই টকা দিয়াৰ পাচতো ডিএফঅ' চৌধুৰীয়ে এই পৰ্যন্ত জব্দকৃত গাড়ীকেইখন এৰি নিদিয়াৰ অভিযোগ তুলিছে লোকজনে ৷

জব্দকৃত কাঠভৰ্তি ট্ৰাক এৰি দিয়াৰ অভিযোগ কাছাৰ ডিএফঅ'ৰ বিৰুদ্ধে

আনহাতে এই সমস্ত অভিযোগ অস্বীকাৰ কৰি কাছাৰৰ ডিএফঅ' সানি দেও চৌধুৰীয়ে কয় এই সমস্ত অভিযোগ মিছা আৰু ভিত্তিহীন ৷ বহুবাৰ এনে অবৈধ কাঠ তেওঁ জব্দ কৰাৰ পিচত বহুতে তেওঁৰ বিৰুদ্ধে এনে মিছা অভিযোগ তুলিছে ৷ পিচে কোন সঁচা, কোন মিছা এই সমস্ত কথা পোহৰলৈ আহিব তদন্তৰ পাচতহে ৷

Intro:NEWS SILCHAR 29August..

SLUG___কাছাৰ ডিএফও সানি দেও চৌধুৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৷ ১২ লাখ টকাৰ বিনিময়ত বন বিভাগে জব্দ কৰা তিনিখন চেগুন কাঠ ভৰ্তি ট্ৰাক এড়ি দিয়াৰ Blue Print ৰচনা ডিএফও চৌধুৰীৰ ৷ Body:NEWS SILCHAR 29August..

SLUG___কাছাৰ ডিএফও সানি দেও চৌধুৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৷ ১২ লাখ টকাৰ বিনিময়ত বন বিভাগে জব্দ কৰা তিনিখন চেগুন কাঠ ভৰ্তি ট্ৰাক এড়ি দিয়াৰ Blue Print ৰচনা ডিএফও চৌধুৰীৰ ৷

V/O __ যোৱা ৬ আগষ্টৰ নিশা কাছাৰ জিলাৰ নতুন বজাৰত কাছাৰ বন বিভাগে মিজোৰামৰ পৰা অহা As01Fc 8256, NL01Ac 0685 আৰু NL01Ad 5612 নম্বৰৰ তিনিখন অবৈধ চেগুন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিছিলে ৷ তিনিখন গাড়ীৰ পৰা ২০ লাখ টকাৰ প্ৰায় চাৰি হাজাৰ CFT কাঠ জব্দ কৰিছিলে বনবিভাগে ৷ ট্ৰাককৈখন মিজোৰামৰ পৰা গুয়াহাটি যোৱাৰ কথা আছিলে ৷ জানিব পৰা মতে গুয়াহাটিৰ বিজয় আগৰৱাল নামৰ এজন ব্যক্তিৰ কাঠ আছিলে এই তিনি ট্ৰাকত ৷ কিন্তু ৰহস্যজনক ভাবে এতিয়া ১২ লাখ টকাৰ বিনিময়ত এই তিনিখন ট্ৰাক এড়ি দিয়াৰ BLUE PRINT ৰচনা কৰিয়াছে কাছাৰ ডিএফও সানি দেও চৌধুৰীয়ে ৷ আৰু এ কথা সংবাদ মাধ্যমৰ আগত কলে বিজয় আগৰৱালাৰ ঘনিষ্ঠ এজন ব্যক্তিয়ে ৷ তেওঁ নিজে কলে যে ট্ৰাক কৈয় খন বনবিভাগে আটক কৰাৰ পিচত তেওঁ নিজে বিজয় আগৰৱালাৰ নিৰ্দেশত কাছাৰৰ ডিএফও ৰ লগত গৈ দেখা কৰিছে ট্ৰাক কৈয় খন এড়ি দিয়াৰ ভাবে ৷ আৰু এই তিনিখন ট্ৰাক এড়ি দিয়াৰ ভাবে প্ৰথমে ডিএফও চৌধুৰীয়ে ১৫ লাখ টকা ডিমাণ্ড কৰে ৷ মানে ট্ৰাক প্ৰতি ৫ লাখ টকা ৷ পিচত তিনিখন ট্ৰাক এড়ি দিয়াৰ ভাবে তেওঁৰ ডিএফওৰ লগত ১২ লাখ টকাত settle হয় ৷ BYTE __ 1

তেওঁ আৰু কয় ১২ লাখ টকা settle হোৱাৰ পিচত ৮ লাখ টকা ডিএফও সানি দেও চৌধুৰীক দিয়ি দিয়া হয় ৷ আৰু ৪ লাখ টকা দিয়াৰ কথা আছিলে ট্ৰাক কৈয় খন লৈ যোৱাৰ সময়ত ৷ কিন্তু ৮ লাখ টকা লোৱাৰ পিচত ও এতিয়া লৈকে ট্ৰাক কৈই এড়ি দিয়া নাই সানি দেও চৌধুৰীয়ে ৷ BYTE __ 2

ইপিনে এই সমস্ত অভিযোগ অস্বীকাৰ কৰি কাছাৰ ডিএফও সানি দেও চৌধুৰীয়ে কয় যে এই সমস্ত অভিযোগ মিছা ও ভিত্তিহীন ৷ বহুবাৰ এনে অবৈধ কাঠ তেওঁ জব্দ কৰাৰ পিচত বহুতে এনে তেওঁৰ উপৰত মিছা অভিযোগ তুলিছে ৷ আৰু যোৱা ৬ আগষ্টত জব্দ হোৱা চাৰি হাজাৰ CFT কাঠৰ মালিকক তলব কৰা হৈছে ৷ আৰু এই তিনিখন ট্ৰাক আইনী প্ৰক্ৰিয়ায় যি হয় তাহে কৰিব তেওঁ ৷ BYTE __ DFO

এতিয়া প্ৰশ্ন হয় বিজয় আগৰৱালাৰ ঘনিষ্ঠয় কৰা এনে অভিযোগ যদি সত্য হয় তেনে হলে নিজ জিলাৰ ডিএফওৰ বিৰুদ্ধে কি ব্যৱস্থা লব স্বচ্ছতাৰ কথা কোৱা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যয় ৷ আৰু এনে অভিযোগৰ পিচত কি কোনো তদন্ত হব ডিএফও সানি দেওৰ বিৰুদ্ধে ৷ ইয়া হব লক্ষ্যনীয় ৷Conclusion:NEWS SILCHAR 29August..

SLUG___কাছাৰ ডিএফও সানি দেও চৌধুৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৷ ১২ লাখ টকাৰ বিনিময়ত বন বিভাগে জব্দ কৰা তিনিখন চেগুন কাঠ ভৰ্তি ট্ৰাক এড়ি দিয়াৰ Blue Print ৰচনা ডিএফও চৌধুৰীৰ ৷

V/O __ যোৱা ৬ আগষ্টৰ নিশা কাছাৰ জিলাৰ নতুন বজাৰত কাছাৰ বন বিভাগে মিজোৰামৰ পৰা অহা As01Fc 8256, NL01Ac 0685 আৰু NL01Ad 5612 নম্বৰৰ তিনিখন অবৈধ চেগুন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিছিলে ৷ তিনিখন গাড়ীৰ পৰা ২০ লাখ টকাৰ প্ৰায় চাৰি হাজাৰ CFT কাঠ জব্দ কৰিছিলে বনবিভাগে ৷ ট্ৰাককৈখন মিজোৰামৰ পৰা গুয়াহাটি যোৱাৰ কথা আছিলে ৷ জানিব পৰা মতে গুয়াহাটিৰ বিজয় আগৰৱাল নামৰ এজন ব্যক্তিৰ কাঠ আছিলে এই তিনি ট্ৰাকত ৷ কিন্তু ৰহস্যজনক ভাবে এতিয়া ১২ লাখ টকাৰ বিনিময়ত এই তিনিখন ট্ৰাক এড়ি দিয়াৰ BLUE PRINT ৰচনা কৰিয়াছে কাছাৰ ডিএফও সানি দেও চৌধুৰীয়ে ৷ আৰু এ কথা সংবাদ মাধ্যমৰ আগত কলে বিজয় আগৰৱালাৰ ঘনিষ্ঠ এজন ব্যক্তিয়ে ৷ তেওঁ নিজে কলে যে ট্ৰাক কৈয় খন বনবিভাগে আটক কৰাৰ পিচত তেওঁ নিজে বিজয় আগৰৱালাৰ নিৰ্দেশত কাছাৰৰ ডিএফও ৰ লগত গৈ দেখা কৰিছে ট্ৰাক কৈয় খন এড়ি দিয়াৰ ভাবে ৷ আৰু এই তিনিখন ট্ৰাক এড়ি দিয়াৰ ভাবে প্ৰথমে ডিএফও চৌধুৰীয়ে ১৫ লাখ টকা ডিমাণ্ড কৰে ৷ মানে ট্ৰাক প্ৰতি ৫ লাখ টকা ৷ পিচত তিনিখন ট্ৰাক এড়ি দিয়াৰ ভাবে তেওঁৰ ডিএফওৰ লগত ১২ লাখ টকাত settle হয় ৷ BYTE __ 1

তেওঁ আৰু কয় ১২ লাখ টকা settle হোৱাৰ পিচত ৮ লাখ টকা ডিএফও সানি দেও চৌধুৰীক দিয়ি দিয়া হয় ৷ আৰু ৪ লাখ টকা দিয়াৰ কথা আছিলে ট্ৰাক কৈয় খন লৈ যোৱাৰ সময়ত ৷ কিন্তু ৮ লাখ টকা লোৱাৰ পিচত ও এতিয়া লৈকে ট্ৰাক কৈই এড়ি দিয়া নাই সানি দেও চৌধুৰীয়ে ৷ BYTE __ 2

ইপিনে এই সমস্ত অভিযোগ অস্বীকাৰ কৰি কাছাৰ ডিএফও সানি দেও চৌধুৰীয়ে কয় যে এই সমস্ত অভিযোগ মিছা ও ভিত্তিহীন ৷ বহুবাৰ এনে অবৈধ কাঠ তেওঁ জব্দ কৰাৰ পিচত বহুতে এনে তেওঁৰ উপৰত মিছা অভিযোগ তুলিছে ৷ আৰু যোৱা ৬ আগষ্টত জব্দ হোৱা চাৰি হাজাৰ CFT কাঠৰ মালিকক তলব কৰা হৈছে ৷ আৰু এই তিনিখন ট্ৰাক আইনী প্ৰক্ৰিয়ায় যি হয় তাহে কৰিব তেওঁ ৷ BYTE __ DFO

এতিয়া প্ৰশ্ন হয় বিজয় আগৰৱালাৰ ঘনিষ্ঠয় কৰা এনে অভিযোগ যদি সত্য হয় তেনে হলে নিজ জিলাৰ ডিএফওৰ বিৰুদ্ধে কি ব্যৱস্থা লব স্বচ্ছতাৰ কথা কোৱা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যয় ৷ আৰু এনে অভিযোগৰ পিচত কি কোনো তদন্ত হব ডিএফও সানি দেওৰ বিৰুদ্ধে ৷ ইয়া হব লক্ষ্যনীয় ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.