ৰঙিয়া,8ছেপ্টেম্বৰঃ
- ৰঙিয়াত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ
- দেওবাৰে তৃতীয়টো মৃতদেহ অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয়
- ৰঙিয়া ষ্টেচনৰ ওচৰৰ কৰিয়াৰাত উদ্ধাৰ মৃতদেহটো
- কৰিয়াৰাৰ জাকিৰ হুছেইনৰ বাৰীৰ খালত উদ্ধাৰ হোৱা মৃতদেহটো এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাইৰঙিয়াত 24 ঘণ্টাত উদ্ধাৰ তৃতীয়টো মৃতদেহ
- পুৱা ঘৰত কাম কৰা বনুৱাই পিছফালে যাঁওতে মৃতদেহটো পানীত উপঙি থকা প্ৰত্যক্ষ কৰে
- ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপষ্ঠিত হৈ অনুসন্ধান আৰম্ভ কৰিছে
- উল্লেখ্য যে যোৱা 24 ঘণ্টাত হাইৱেৰ ওচৰৰ ফ্লাইঅভাৰৰ কাষত দুটা মৃতদেহ উদ্ধাৰ হৈছিল