ডুমডুমা,3আগষ্টঃ তিনিচুকীয়াত ঔষধৰ অবৈধ ব্যৱসায় । একাংশ দুষ্টচক্ৰই নিয়ন্ত্ৰণ কৰিছে ঔষধৰ এই ক'লা ব্যৱসায় । অইল ইণ্ডিয়াৰ চিকিৎসালয়ৰ "NOT FOR SALE" লিখা তথা বিক্ৰীৰ বাবে উপলব্ধ নোহোৱা ঔষধ ডুমডুমাৰ বৰহাপজানত উপলব্ধ হোৱা ঘটনাই ঔষধৰ ক'লা ব্যৱসায়ৰ কথা পোহৰলৈ আনে । শুকুৰবাৰে নিশা চক্ৰৱৰ্তী মেডিকেল হল নামৰ এখন ফাৰ্মাচীত বিক্ৰী কৰিবলৈ অনাৰ সময়ত কৰ্মচাৰীয়ে দেখা পায় উক্ত ঔষধসমূহ । যাৰ পাচতে এতিয়া ফাৰ্মাচীখনত ঔষধৰ যোগান ধৰা কে ডি ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত ঔষধৰ অবৈধ ব্যৱসায় চলাই অহাৰ অভিযোগ উঠিছে । ঔষধৰ এই ক'লা ব্যৱসায় সম্পৰ্কে চৰকাৰক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে ।
ডুমডুমাত ''NOT FOR SALE'' লিখা ঔষধক লৈ ব্যৱসায় - NOT FOR SALE
ডুমডুমাৰ বৰহাপজানত ৰোগীৰ ঔষধক লৈ অবৈধ ব্যৱসায় । বিক্ৰীৰ বাবে উপলব্ধ নোহোৱা ঔষধ ডুমডুমাৰ বৰহাপজানত উপলব্ধ হোৱা ঘটনাই ঔষধৰ ক'লা ব্যৱসায়ৰ কথা পোহৰলৈ আনে ।
ডুমডুমা,3আগষ্টঃ তিনিচুকীয়াত ঔষধৰ অবৈধ ব্যৱসায় । একাংশ দুষ্টচক্ৰই নিয়ন্ত্ৰণ কৰিছে ঔষধৰ এই ক'লা ব্যৱসায় । অইল ইণ্ডিয়াৰ চিকিৎসালয়ৰ "NOT FOR SALE" লিখা তথা বিক্ৰীৰ বাবে উপলব্ধ নোহোৱা ঔষধ ডুমডুমাৰ বৰহাপজানত উপলব্ধ হোৱা ঘটনাই ঔষধৰ ক'লা ব্যৱসায়ৰ কথা পোহৰলৈ আনে । শুকুৰবাৰে নিশা চক্ৰৱৰ্তী মেডিকেল হল নামৰ এখন ফাৰ্মাচীত বিক্ৰী কৰিবলৈ অনাৰ সময়ত কৰ্মচাৰীয়ে দেখা পায় উক্ত ঔষধসমূহ । যাৰ পাচতে এতিয়া ফাৰ্মাচীখনত ঔষধৰ যোগান ধৰা কে ডি ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত ঔষধৰ অবৈধ ব্যৱসায় চলাই অহাৰ অভিযোগ উঠিছে । ঔষধৰ এই ক'লা ব্যৱসায় সম্পৰ্কে চৰকাৰক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে ।
Slug: ডুমডুমাৰ বৰহাপজানত ৰোগীৰ ঔষধক লৈ অবৈধ ব্যৱসায় ।
V/O: তিনিচুকীয়া জিলাখনত এতিয়া চলিছে ঔষধৰ অবৈধ ব্যৱসায় । একাংশ দুষ্টচক্ৰই নিয়ন্ত্ৰণ কৰিছে ঔষধৰ এই ক'লা ব্যৱসায় । শুকুৰবাৰে নিশা জিলাখনৰ বৰহাপজানত পোহৰলৈ আহে তেনে এক ক'লা ব্যৱসায়ৰ ঘটনা । অইল ইণ্ডিয়াৰ চিকিৎস্যালয়ৰ "OIL INDIA SUPPLY" "NOT FOR SALE" লিখা বিক্ৰীৰ বাবে উপলবদ্ধ নোহোৱা ঔষধ ডুমডুমাৰ বৰহাপজানৰ ''M/S CHAKRABORTY Medical Hall'' নামৰ এখন ফাৰ্মাচীত বিক্ৰী কৰিবলৈ অনাৰ সময়ত কৰ্মচাৰীয়ে দেখা পায় । ফাৰ্মাচীখনৰ স্বতাধিকাৰীয়ে উল্লেখ কৰা অনুহৰি, তেওঁ লগে-লগে অঞ্চলটোৰ ছাত্ৰ সংগঠনৰ বিষয়ববীয়াক এই সম্পৰ্কে জনাই । বৰহাপজানৰ এই ফাৰ্মাচীখনত ঔষদৰ যোগান ধৰা K. D. Drugs ৰ স্বতাধিকাৰী নিশাই ফাৰ্মাচীখনত উপস্থিত হ'য় । তিনিচুকীয়াৰ K.D. Drugs নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰাহুল গুপ্তাৰ স্বত্ত্বচায়াত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত এনেদৰে "NOT FOR SALE'' লিখা ঔষধৰ অবৈধ ব্যৱসায় চলাই অহাৰ অভিযোগ উঠিছে । ঔষধৰ এই ক'লা ব্যৱসায় সম্পৰ্কে চৰকাৰক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে ৰাইজে ।
Byte: ছাত্ৰ নেতা ।
Byte: ফাৰ্মাচীষ্ট ।
Byte: ৰাহুল গুপ্তা, স্বত্বাধিকাৰী, K. D. Drugs ।Body:Date: 03-08-2019

Byte: ৰাহুল গুপ্তা, স্বত্বাধিকাৰী, K. D. Drugs ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।