ETV Bharat / jagte-raho

গোৱালপাৰাত ঔষধৰ অভাৱৰ বাবে এগৰাকী ছাত্ৰীৰ আত্মহত্যা - মাতৃয়ে ধন দিব নোৱাৰাত আত্ম হত্যাৰ

লক ডাউনৰ মাজতেই অন্ধকাৰ নামি আহিল এটা পৰিয়ালৰ মাজলৈ । মাতৃয়ে ঔষধৰ টকা যোগান ধৰিব নোৱাৰাৰ ফলত কন্যাৰ আত্মহত্যা।

Lockdown & Suicide one 10th stander   student goalpara
গোৱালপাৰাত ঔষধৰ অভাৱৰ বাবে এগৰাকী ছাত্ৰীৰ আত্মহত্যা
author img

By

Published : Apr 15, 2020, 7:55 PM IST

গোৱালপাৰা 15 এপ্ৰিল : লক্ ডাউনৰ মাজতে দুঃখবৰ । এগৰাকী ছাত্ৰীৰ আত্মহত্যা লক্ষীপুৰৰ কুকলীপাৰা গাঁৱৰ মৃত মোকব আলীৰ কন্যা তথা ধুমেৰঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে আজি চিপজৰী লৈ আত্মহত্যাৰ পথ বাছি লয়।

গোৱালপাৰাত ঔষধৰ অভাৱৰ বাবে এগৰাকী ছাত্ৰীৰ আত্মহত্যা

ছাত্ৰী গৰাকীৰ চৰ্ম ৰোগ থকাৰ বাবে চিকিৎসাৰ বাবে ধন বিচাৰিছিল নিজ মাতৃক। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালটিৰ মাতৃয়ে ধন দিব নোৱাৰাত আত্মহত্যাৰ পথ বাছি লোৱা বুলি মাতৃয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। অৱশ্যে আত্মহত্যাৰ পূৰ্বে ছাত্ৰী গৰাকীয়ে এখন ছুইচাইড নোট লিখি থৈ যায়।
লগতে পঢক : দৰংৰ কৃষক সকলৰ অৱস্থাৰ বুজ ললে মন্ত্ৰী অতুল বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.