ETV Bharat / jagte-raho

বৰপেটাৰ ভুৱা চিকিৎসকৰ দপদপনিঃ আটক দুই মহিলা দালাল - Kalgachia Lady Dalal Arrest

বৰপেটা অসামৰিক চিকিৎসালয়ত 2 মহিলা দালাল আটক । দীৰ্ঘদিন ধৰি চিকিৎসালয়ৰ পৰা নানা প্ৰলোভন দেখুৱাই ৰোগীক ভুৱা ডাক্তৰৰ কাষলৈ লৈ যোৱাৰ অভিযোগ মহিলা দুগৰাকীৰ বিৰুদ্ধে ।

বৰপেটা অসামৰিক চিকিৎসালয়ত 2 মহিলা দালাল আটক
author img

By

Published : Oct 11, 2019, 9:37 PM IST

জনীয়া,11অক্টোবৰঃ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত 2 মহিলা দালাল আটক । ৰোগীক দীৰ্ঘদিন ধৰি চিকিৎসালয়ৰ পৰা নানা প্ৰলোভন দেখুৱাই ভুৱা ডাক্তৰৰ কাষলৈ লৈ যোৱাৰ অভিযোগ মহিলা দুগৰাকীৰ বিৰুদ্ধে । ইপিনে ভুৱা ডাক্তৰৰ পৰা ৰোগী যোগান ধৰাৰ নামত মহিলা দুগৰাকীয়ে সংগ্ৰহ কৰি আহিছে ধন। শুকুৰবাৰে চিকিৎসালয়খনত এই 2 মহিলা দালালক আটক কৰি গতাই দিয়ে কলগাছিয়া আৰক্ষীক । ইতিমধ্যে ভুৱা ডাক্তৰৰ চিকিৎসা গ্ৰহণ কৰি বহু সাধাৰণ ৰোগীৰ ৰোগে জটিল ৰূপ ধাৰণ কৰিছে ।

বৰপেটা অসামৰিক চিকিৎসালয়ত 2 মহিলা দালাল আটক

উল্লেখ্য যে দীৰ্ঘদিন ধৰি কলগাছিয়াত চলি আহিছে ভুৱা চিকিৎসকৰ দপদপনি। 300 টকাৰ মাচুল লৈ সাধাৰণ ৰোগীৰ পৰা ভুৱা ডাক্তৰে লুটি আহিছে লাখ লাখ টকা । যাৰ বাবে বিভাগীয় কতৃপক্ষক এনে ভুৱা ডাক্তৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে আহ্বান জনাইছে ।

Intro:slug: as_jania_11oct_kalgachia_lady_dalal_arrest_vis2+byt4+pho1_story_asc10058Body:slug: as_jania_11oct_kalgachia_lady_dalal_arrest_vis2+byt4+pho1_story_asc10058

V.O: কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত দুই মহিলা দালাল আটক। দীৰ্ঘদিন ধৰি চিকিৎসালয়ৰ পৰা নানা প্ৰলোভন দেখুৱাই ভূৱা ডাক্তৰৰ কাষলৈ লৈ যায় ৰোগী। ভূৱা ডাক্তৰৰ পৰা ৰোগী যোগান ধৰাৰ নামত সংগ্ৰহ কৰি আহিছে ধন। আজি চিকিৎসালয়ত দুই মহিলা দালালক আটক কৰি গতাই দিয়ে কলগাছিয়া আৰক্ষীক। স্মৰ্তব্য যে, ইতিমধ্যে বহু সাধাৰণ ৰোগী জটিল ৰূপ ধাৰণ কৰিছে ভূৱা ডাক্তৰৰ চিকিৎসা গ্ৰহণ কৰি। কলগাছিয়াত আৰম্ভ হৈছে ভূৱা চিকিৎসকৰ দপদপনি। তিনি শ টকা ৰোগী চোৱা মাচুল লৈ সাধাৰণ ৰোগীৰ পৰা ভূৱা ডাক্তৰে লুটি আহিছে লাখ লাখ টকা। বিভাগীয় কতৃপক্ষক ভূৱা ডাক্তৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে আহ্বান জনাইছে।Conclusion:slug: as_jania_11oct_kalgachia_lady_dalal_arrest_vis2+byt4+pho1_story_asc10058

Byte: মহিলা দালাল, অধীক্ষক, ৰোগী, ভূৱা চিকিৎসক ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.