ETV Bharat / jagte-raho

পশ্চিম কার্বি আংলঙত কুণ্ডাভর্তি বাহন জব্দ বন বিভাগৰ

author img

By

Published : Oct 3, 2020, 8:56 PM IST

পশ্চিম কার্বি আংলঙত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই এখন চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰে বন বিভাগে ।

পশ্চিম কার্বি আংলঙত কুণ্ডাভর্তি বাহন জব্দ বন বিভাগৰ
পশ্চিম কার্বি আংলঙত কুণ্ডাভর্তি বাহন জব্দ বন বিভাগৰ

ডিফু, ৩ অক্টোবৰ: অসম-মেঘালয় সীমান্তৱর্তী পশ্চিম কার্বি আংলং জিলাত মুল্যবান কাঠৰ চোৰাং ব্যৱসায় অব্যাহত থকাৰ সময়তে শুকুুৰবাৰে বিয়লি জিলাখনৰ বন বিভাগে অভিযান চলাই কুণ্ডাভর্তি এখন বলেৰ' পিক আপ বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ।

জানিব পৰা মতে, এক গােপন সূত্রৰ পম খেদি বন বিভাগৰ খেৰণি কার্যালয়ৰ বনকর্মীৰ দলে সীমান্তৱতী মূলাবেৰত অভিযান চলাই মূল্যবান কুণ্ডাসহ এমএল-০৪-বি-৬০৭৭ নম্বৰৰ বলেৰ' পিকআপ বাহনখন জব্দ কৰিবলৈ সক্ষম হয় । অৱশাে, এই সন্দর্ভত কোনাে লােকক আটক কৰাত বার্থ হয় অভিযানকাৰী দলটো ।
লগতে পঢ়ক : কৰিমগঞ্জৰ ফকিৰাবজাৰত উদ্ধৰ অচিনাক্ত মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.