ETV Bharat / jagte-raho

চাপৰত বন বিভাগৰ অভিযানত জব্দ মূল্যৱান কাঠৰ লগতে যন্ত্ৰ - Illegal Timber and saw mil Seized bu Dept of Forest in Dhubri

পূৱ বিলাসীপাৰাৰ চাপৰৰ নগৰত লক্ষাধিক টকাৰ কাঠফলা যন্ত্ৰাংশৰ উপৰিও মূল্যবান কাঠ জব্দ ।

চাপৰত বন বিভাগৰ অভিযানত জব্দ মূল্যৱান কাঠৰ লগতে যন্ত্ৰ

author img

By

Published : Sep 3, 2020, 4:22 AM IST

পূৱ বিলাসীপাৰা, 2 ছেপ্তেম্বৰ : পূৱ বিলাসীপাৰাৰ চাপৰৰ নগৰত লক্ষাধিক টকাৰ কাঠফলা যন্ত্ৰাংশৰ উপৰিও মূল্যবান কাঠ জব্দ । পূৱ বিলাসীপাৰাৰ চাপৰ নগৰত বুধবাৰে চলে বন বিভাগৰ অভিযান । নগৰখনৰ কাজিপাৰাত অৱস্থিত জামান টিম্বাৰ ডিপোত বন বিভাগৰ এটা দলে চলায় অভিযান । 1996 চনৰ পৰা এই কাঠফলা মিলটোৰ অনুজ্ঞাপত্ৰ নবীকৰণ নকৰাৰ লগতে বিভিন্ন অভিযোগৰ ভিত্তিত বন বিভাগে লক্ষাধিক টকাৰ কাঠফলা যন্ত্ৰাংশৰ উপৰিও মূল্যবান কাঠ জব্দ কৰে ।

চাপৰত বন বিভাগৰ অভিযানত জব্দ মূল্যৱান কাঠৰ লগতে যন্ত্ৰ

লগতে পঢ়ক : বিএছএফৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ বাৰ্মিজ চিগাৰেট

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.