ETV Bharat / jagte-raho

নাওবৈচাত পিতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ - ETV BHARAT

চিকিৎসাধীন অৱস্থাত লখিমপুৰৰ এখন নাৰ্চিং হোমত মৃত্যু ঘটে পুত্ৰ আব্দুল কালাম (16)ৰ ৷ পিতৃ মিৰাজ আলী সম্প্ৰতি পলাতক ৷

ETV BHARAT
author img

By

Published : Jun 16, 2019, 8:57 PM IST

  • পিতৃ দিৱসৰ দিনাই পিতৃৰ প্ৰহাৰত প্ৰাণ গ'ল পুত্ৰৰ
  • চিলনীবাৰীৰ চুমনীত সংঘটিত হৈছে এই ঘটনা
  • পিতৃ মিৰাজ আলীৰ প্ৰহাৰত মৃত্যু পুত্ৰ আব্দুল কালামৰ (16)
  • পিতৃয়ে দ্বিতীয় পত্নীৰ উচটনিত কেবাদিন ধৰি প্ৰহাৰ কৰিছিল আব্দুলক
  • পিতৃৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল প্ৰথমা পত্নীৰ পুত্ৰ আব্দুল
  • কেইবাবছৰ পূৰ্বে মিৰাজৰ প্ৰথমা পত্নীৰ বিবাহ বিচ্ছেদ হৈছিল
  • চিকিৎসাধীন অৱস্থাত লখিমপুৰৰ এখন নাৰ্চিং হোমত মৃত্যু ঘটে পুত্ৰ আব্দুল কালাম (16)ৰ
  • পিতৃ মিৰাজ আলী সম্প্ৰতি পলাতক
  • মাতৃ ৰমজানী বেগমে চিলনীবাৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ
  • মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
  • ঘটনা সন্দৰ্ভত চিলনীবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে
    নাওবৈচাত পিতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ

Intro:নাওবৈচাৰ চিলনীবাৰীত পিতৃ দিৱসৰ দিনাই পিতৃৰ হাতত প্ৰাণ গল পুত্ৰৰBody:## নাওবৈচাৰ চিলনীবাৰীত জঘন্য ঘটনা ৷

## পিতৃ দিৱসৰ দিনাই পিতৃৰ প্ৰহাৰত প্ৰাণ গ'ল পুত্ৰৰ ৷

## চিলনীবাৰীৰ চুমনীত সংঘটিত হৈছে এই ঘটনা ৷

## পিতৃ আব্দুল কালামে কেবাদিন ধৰি প্ৰহাৰ কৰি আছিল পুত্ৰক ৷

## চিকিৎসাধীন অৱস্থাত লখিমপুৰৰ এখন নাৰ্চিং হোমত মৃত্যু ঘটে পুত্ৰ আব্দুল কালাম (১৬) ৷ৰ ৷

## পিতৃ মিৰাজ আলী সম্প্ৰতি পলাতক ৷

## মাতৃ ৰমজানী বেগমে চিলনীবাৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ৷

## বৰ্তমানৰ মৃতদেহ মৰোনত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত লৈ যায় ।

## চিলনীবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।Conclusion:নিতুল বৰা
১৬/৬/১৯
নাওবৈচা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.