ETV Bharat / jagte-raho

বৰপেটাত আৰক্ষীৰ অভিযানত নিচাযুক্ত টেবলেট উদ্ধাৰ

author img

By

Published : Jan 2, 2021, 3:02 PM IST

বৰপেটাত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে ৷ লগতে আৰক্ষীয়ে বহু পৰিমানৰ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

drug-peddler-arrested-in-barpeta
বৰপেটাত আৰক্ষীৰ অভিযানত নিচাযুক্ত টেবলেট উদ্ধাৰ

বৰপেটা, 2 জানুৱাৰী : বৰপেটাৰ জনীয়াৰ মহম্মদপুৰ আৰু কাদং গাঁৱত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই দুই ড্ৰাগছ ব্য়ৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন লোক দুজন মহম্মদপুৰ গাঁৱৰ শ্বাহজামাল আলী আৰু কাদং গাঁৱৰ মুস্তাফিজুৰ ৰহমান বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে ৷ লগতে, আৰক্ষীয়ে বহু নিচাযুক্ত টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

drug-peddler-arrested-in-barpeta
আটকাধীন লোকদুজন

উল্লেখ্য যে, জনীয়াৰ মহম্মদপুৰ আৰু কাদং গাঁৱত এই দুই যুৱকে দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছ আৰু নিচাযুক্ত টেবলেটৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই দুই ড্ৰাগছ ব্যৱসায়ী দুগৰাকী আটক কৰিবলৈ সক্ষম হৈছে ৷

drug-peddler-arrested-in-barpeta
উদ্ধাৰ কৰা নিচাযুক্ত টেবলেট

লগতে পঢ়ক : ঝাৰখণ্ডত নক্সালবাদী দম্পত্তীক মৰিয়াই হত্যা গাঁওবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.