ETV Bharat / jagte-raho

নলবাৰীত পথৰ দাঁতিত 45 বছৰীয়া ব্যক্তিৰ মৃতহেদ উদ্ধাৰ

নলবাৰীত 45 বছৰীয়া ব্যক্তিৰ মৃতহেদ উদ্ধাৰ ৷ পথৰ দাঁতিত প্ৰত্যক্ষ কৰে মৃতহেদটো ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

author img

By

Published : Dec 16, 2020, 5:09 PM IST

deadbody-recoverd-in-nalbari
নলবাৰীত পথৰ দাঁতিত 45 বছৰীয়া ব্যক্তিৰ মৃতহেদ উদ্ধাৰ

নলবাৰী, 16 ডিচেম্বৰ : নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত পাটকাটাৰ পথৰ দাঁতিত বুধবাৰে ৰাতিপুৱা এগৰাকী প্ৰায় 45 বছৰীয়া ব‍্যক্তিৰ মৃতদেহ উদ্ধাৰ হয় ৷ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি ঘগ্ৰাপাৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্বহীদ মুকুন্দ কাককি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

পৰিয়ালৰ লোকৰ মন্তব্য

জানিব পৰা মতে, মৃতদেহটো নলবাৰী সদৰ থানাৰ অন্তৰ্গত বৰমুৰিকোণাৰ গণেশ ডেকাৰ (45) বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে । উল্লেখ‍্য যে, প্ৰতিদিনৰ দৰে মঙলবাৰেও কামৰ বাবেও ৰাতিপুৱা ঘৰৰ পৰা ওলাই গৈছিল লোকজন কিন্তু নিশা পৰ্যন্ত ঘৰ নোপোৱাত পৰিয়ালৰ মাজত চিন্তা হৈছিল ৷

লগতে পঢ়ক : কংগ্ৰেছৰ দলীয় সংঘাতৰ মাজতে লাহোৱালত ঋতুপৰ্ণ বৰুৱাৰ ৰাজনৈতিক তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.