ETV Bharat / international

লণ্ডনত বৰ্ণবৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ - মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দূতবাসৰ প্ৰৱেশদ্বাৰ

দেওবাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দূতবাসৰ প্ৰৱেশদ্বাৰ ঘেৰাও কৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে । আমেৰিকাত জৰ্জ ফ্লয়ডৰ মৃত্যুৰ পাচতে বৰ্ণবৈষম্যৰ বিৰুদ্ধে ওলাই আহি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।

লণ্ডন
লণ্ডনত বৰ্ণবৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Jun 8, 2020, 10:57 AM IST

নিউজ ডেস্ক, ৮ জুনঃ দেওবাৰে একাংশ প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দূতবাসৰ প্ৰৱেশদ্বাৰ । বিগত সপ্তাহত আমেৰিকাত আৰক্ষীৰ অত্যাচাৰত মৃত্যু হোৱা জৰ্ড ফ্লয়ডৰ বিক্ষোভৰ অংশ হিচাপে প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দূতাবাস ।

আনহাতে, ৬ জুন তথা শনিবাৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৱেষ্টমিস্টাৰত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকাৰ পাচতো আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰাত পৰিস্থিতিৰ অৱনতি ঘটে বুলি জানিব পৰা গৈছে ।

লণ্ডন
লণ্ডনত বৰ্ণবৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ

আমেৰিকাত জৰ্জ ফ্লয়ডৰ মৃত্যুৰ পাচতে ব্ৰিটেইনৰ চহৰ সমূহত যিকোনো ৰাজহুৱা অনুষ্ঠান বাতিল কৰিবলৈ বিভিন্ন বিষয়ববীয়াই আহ্বান জনাইছিল যদিও বৰ্তমান পৰ্যন্ত ব্ৰিটেইনত অব্যাহত আছে প্ৰতিবাদ ।

লণ্ডনত বৰ্ণবৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ

উল্লখ্য যে, আমেৰিকাত জৰ্জ ফ্লয়ডৰ মৃত্যুৰ পাচতেই বৰ্ণবৈষম্যৰ বিৰুদ্ধে সমগ্ৰ বিশ্বতে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.