ETV Bharat / international

নিউক্লিয়াৰ প্ৰকল্পৰ ওচৰত ইৰাণৰ নিৰ্মাণকাৰ্য

author img

By

Published : Oct 28, 2020, 3:43 PM IST

ছেন ফ্ৰাঞ্চিস্কোস্থিত "প্লেনেট লেবচ্"ৰ পৰা প্ৰাপ্ত ছবি সমূহত দেখিবলৈ পোৱা গৈছে যে ইৰাণে নন্তাজৰ দক্ষিণ অঞ্চলত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷ যাক বিশ্লেষক সকলে সুৰক্ষাবলৰ দ্বাৰা ব্যৱহৃত পূৰ্বে বনোৱা ফায়াৰিং ৰেঞ্জ বুলি দাবী কৰিছে ৷

Satellite image show construction at Iran nuclear site
নিউক্লিয়াৰ প্ৰকল্পৰ ওচৰত ইৰাণৰ নিৰ্মাণকাৰ্য

নিউজ ডেস্ক, 28 অক্টোবৰ: ইৰানে নিজৰ নাটানজ নিউক্লিয়াৰ প্ৰকল্পত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে ৷ বুধবাৰে জাৰি কৰা উপগ্ৰহৰ পৰা লোৱা ছবিৰ পৰা পোহৰলৈ আহিছে এই তথ্য ৷ ইয়াৰ লগতে সংযুক্ত ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থা (আই.এ.ই.এ.)ৰ নিৰীক্ষকে এই কথাৰ সদৰি কৰে যে,ইৰাণে এক ভূমিগত উন্নত চেণ্ট্ৰীফিওগ এচেম্বলি কেন্দ্ৰৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছে ৷ ইৰাণৰ দ্বাৰা ইয়াৰ পূৰ্বে নিৰ্মাণ কৰা প্ৰকল্পত বিস্ফোৰণ ঘটিছিল ৷ কিন্তু সেই পাৰমাণৱিক প্ৰকল্পৰ আক্ৰমণক ইৰাণে উক্ত প্ৰকল্পটোক ধ্বংস কৰিবলৈ শত্ৰু পক্ষই কৰা আক্ৰমণ বুলি দাবী কৰিছিল ৷ নন্তাজত নিৰ্মাণকাৰ্য এনে এটা সময়ত আৰম্ভ হৈছে যিটো সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন চমু চাপি আহিছে ৷ আমেৰিকাৰ নিৰ্বাচনৰ ফলাফলৰ পৰাই বিষয়টো সন্দৰ্ভত আমেৰিকাৰ স্থিতি স্পষ্ট হ‘ব ৷

ছেন ফ্ৰাঞ্চিস্কোস্থিত "প্লেনেট লেবচ্"ৰ পৰা প্ৰাপ্ত ছবি সমূহত দেখিবলৈ পোৱা গৈছে যে ইৰাণে নন্তাজৰ দক্ষিণ অঞ্চলত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷ যাক বিশ্লেষক সকলে সুৰক্ষাবলৰ দ্বাৰা ব্যৱহৃত পূৰ্বে বনোৱা ফায়াৰিং ৰেঞ্জ বুলি দাবী কৰিছে ৷

লগতে পঢ়ক: ভিয়েটনামৰ দক্ষিণ-মধ্য উপকূলীয় অঞ্চলত প্ৰচণ্ড ঘূৰ্ণী বতাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.