ETV Bharat / international

বিত্তীয় সংকট : প্ৰাপ্যৰ দাবীত ৰাজপথত ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীৰ প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলৰ ভিতৰত সৰ্বাধিক সংখ্যক ক্ষোভিত নিৱনুৱা আৰু সাৰ্বজনিক ক্ষেত্ৰত কৰ্মৰত শ্ৰমিকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ এই সকল ক্ষোভিত লোকক বিত্তীয় সংকটৰ গইনা লৈ প্ৰাপ্য দৰমহা প্ৰদান কৰা হোৱা নাই ৷

author img

By

Published : Dec 10, 2020, 6:36 PM IST

Protests continue in Iraq's Kurdish-run region
বিত্তীয় সংকটঃ প্ৰাপ্যৰ দাবীত ৰাজপথত ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীৰ প্ৰতিবাদ

নিউজ ডেস্ক, 10 ডিচেম্বৰ : ইৰাকৰ চুলেমানীয়া প্ৰদেশৰ এখন চহৰৰ জনসাধাৰণে বুধবাৰে চৰকাৰে দৰমহা প্ৰদানত পলম কৰা আৰু চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি দুটাকৈ মুখ্য কুৰ্দিশ্ব ৰাজনৈতিক শক্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহে ৷ এই প্ৰতিবাদে এটা সময়ত হিংসাত্মক ৰূপ ধাৰণ কৰে ৷ প্ৰতিবাদকাৰী সকলে কুুৰ্দিস্তান গণতান্ত্ৰিক দল আৰু গৰান মুব্মেন্ট নামৰ ৰাজনৈতিক দলৰ মুখ্য কাৰ্যালয়ত অগ্নি সংযোগো কৰে ৷

ইৰাকৰ অৰ্ধ-চৰকাৰী উচ্চাধিকাৰী মানৱধিকাৰে কয় যে, চমচল, কেফ্ৰী, দৰবেদিকান, খমনোৰ আৰু চইদছাদিকৰ অঞ্চলসমূহত মুঠ আঠগৰাকী প্ৰতিবাদকাৰী প্ৰতিবাদৰ সময়ত হোৱা সংঘৰ্ষত নিহত হৈছে ৷

উল্লেখ্য যে, প্ৰতিবাদকাৰী সকলৰ ভিতৰত সৰ্বাধিক সংখ্যক ক্ষোভিত নিৱনুৱা আৰু সাৰ্বজনিক ক্ষেত্ৰত কৰ্মৰত শ্ৰমিকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ এই সকল ক্ষোভিত লোকক বিত্তীয় সংকটৰ গইনা লৈ প্ৰাপ্য দৰমহা প্ৰদান কৰা হোৱা নাই ৷

কুৰ্দিশ্ব প্ৰশাসনে 2020 চনৰ আৰম্ভণিতে কেৱল চাৰি মাহৰ দৰমহা কৰ্মচাৰীক প্ৰদান কৰিছিল আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীৰ দৰমহাৰ পৰা 21% ধন কৰ্তন কৰিছিল ৷

লগতে পঢ়ক: নতুন কৃষি আইনক দেশৰ কৃষকৰ বাবে অপমান আখ্যা ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.